পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ষষ্ঠ ভাগ ৰাজ্যসমূহ – অনুচ্ছেদ ১৭৬-১৮১ (২) সদনব বা যিকোনােটো সদনৰ প্ৰক্ৰিয়াৰ বিনিয়ামক নিয়মাবলীৰ দ্বাৰা এনে অভিভাষণত নির্দেশিত বিষয় সমূহৰ আলােচনাৰ বাবে সময় ৰাখিবৰ কাৰণে [ *

  • ]

উপবন্ধ কৰিব লাগিব । সদনৰ সম্পৰ্কত মন্ত্রীসকলৰ আৰু মহাধিৰক্তাৰ অধিকাৰ। ১৭৭৷ কোনাে ৰাজ্যৰ প্রত্যেক মন্ত্ৰীৰ আৰু মহাধিবক্তাৰ ৰাজ্যৰ বিধান সভাত আর বিধান, পৰিষদ থকা ৰাজ্যৰ উভয় সদনত কথা কোৱাৰ আৰু অন্যথা কাৰ্যবাহীত অংশ গ্রহণ কৰাৰ আৰু বিধান মণ্ডলৰ যিকোনাে সমিতিৰ সদস্য হিচাপে তেওঁৰ নাম দিলে তাত কথা কোবাৰ আৰু অন্যথা তাৰ কাৰ্যবাহীত অংশ গ্ৰহণ কৰাৰ অধিকাৰ থাকিব, কিন্তু এই অনুচ্ছেদ বলত ভােট দানৰ বাবে হকদাৰ নহব। ৰাজ্যিক বিধান মণ্ডলৰ পদাধিকাৰীসকল বিধান সভাৰ ১৭৮ ৰাজ্যৰ বিধান সভাই যথা সম্ভব শীঘ্ৰে সভাৰ দুজন সদস্যক যথাক্রমে অধ্যক্ষ আৰ উপাধ্যক্ষ ৰূপে বাছি লব আৰু যেতিয়াই অধ্যক্ষ নাইবা উপাধ্যক্ষ পদ বিক্ত হয় তেতিয়াই সভাই আন এজন সদস্যক স্থান বিশেষে অধ্যক্ষ নাইবা উপাধ্যক্ষ ৰূপে বাছি লব । অধ্যক্ষ আৰু উপাধ্যক্ষ। অধ্যক্ষ ১৭৯ বিধান সভাৰ কোনাে সদস্যই নাইবা উপাধ্যক্ষ ৰূপে পদ ধাৰণ কৰি থকা অধ্যক্ষ আৰু উপাধ্যক্ষৰ পদৰ ৰিক্ততা, পদত্যাগ আৰু পদৰ পৰা অপসাৰণ। (ক) যদি তেওঁ বিধান সভাৰ সদস্য নােহােৱা হয় তেনেহলে তেওঁৰ পদ বিক্ত কৰি দিব ; (খ) যদি তেওঁ অধ্যক্ষ হয় তেনেহলে উপাধ্যক্ষলৈ আর যদি উপাধ্যক্ষ হয় তেনেহলে অধ্যক্ষলৈ সম্বােধন কৰি যিকোনাে সময়তে স্বাক্ষৰিত লিখনৰ দ্বাৰা লিখিত ভাবে পদত্যাগ কৰিব পাৰে; আর (গ) বিধান সভাৰ তত্কালীন সমূহ সদস্য সংখ্যাধিক্যৰ দ্বাৰা পাৰিত কোনাে সংকৰ দ্বাৰা তেওঁক নিজৰ পদৰ পৰা অপসাৰিত কৰিব পাৰিব । পৰস্তু, সংকল্পটো উপস্থাপিত কৰাৰ অভিপ্রায় জনাই অন্ততঃ চৈধ্য দিনৰ সূচনা নিদিয়াকৈ খণ্ড (গৰি প্ৰয়ােজনৰ বাবে তেনে কোনাে সংকল্প উপস্থাপিত কৰিব নােৱাৰিব । অধিকন্তু, বিধান সভাৰ যেতিয়াই বিঘটন হয় তেতিয়াই বিঘটনৰ পৰবৰ্তী বিধান সভাৰ প্রথম বৈঠক বহাৰ ঠিক পূবলৈকে অধ্যক্ষই তেওঁৰ পদ বিক্ত নকৰিব। অধ্য .১৮০ (১) যেতিয়াই অধ্যক্ষৰ পদ ৰিক্ত হয় তেতিয়াই সেই পদৰ কৰ্তব্য সমূহ কাৰ্য চলাবলৈ বা উপাধ্যক্ষই, বা যদি উপাধ্যক্ষ পদো ৰিক্ত হয় তেতিয়া ৰাজ্যপালে সেই উদ্দেশ্যে নিযুক্ত কৰা সেই পদৰ কৰ্তব্য বিধান সভাৰ আন কোনাে সদস্যই পালন কৰিব। পালন কৰিবলৈ (২) বিধান সভাৰ কোনাে বৈঠকত অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষই আৰু যদি উপাধ্যক্ষ বা " তেওঁ অনুপস্থিত থাকে তেনেহলে সভাৰ প্ৰক্ৰিয়াৰ নিয়মাবলীৰ দ্বাৰা যথা নিৰ্ধাৰিত কোনাে আন ব্যক্তিৰ:*. ব্যক্তিয়ে, অথবা যদি তেনেকুবা ব্যক্তিও উপস্থিত নাথাকে তেনেহলে সভাৰ দ্বাৰা যথা নির্ধাৰিত ক্ষমতা। কোনাে অন্য ব্যক্তিয়ে অধ্যক্ষ ৰূপে কাৰ্য্য কৰিব । পদৰ পৰা ১৮১ (১) বিধান সভাৰ কোনাে বৈঠকত যেতিয়া অধ্যক্ষক পদৰ পৰা অপসাৰণ কৰিবলৈ কোনাে সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া অধ্যক্ষই অথবা যেতিয়া উপাধাক্ষক অপসাৰণ কৰাৰ পদৰ পৰা অপসাৰণ কৰিবলৈ কোনাে সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া উপাধ্যক্ষই প্রস্তাব বিচারাধীন উপস্থিত থাকিলেও বৈঠকত সভাপতিত্ব নকৰিব আৰু স্থান বিশেষে অধ্যক্ষ নাইবা উপাধ্যক্ষ হৈ থকা কালত অনুপস্থিত থকা বৈঠকত অনুচ্ছেদ ১৮০ৰ খণ্ড (২)ৰ উপবন্ধ সমূহ যেনেকৈ প্রযােজ্য হয় অধ্যক্ষই নাই এনে প্রত্যেক বৈঠকৰ সম্পৰ্কত সেই উপবন্ধ সমূহ তেনেকৈ প্রযােজ্য হব। উপাধ্যক্ষই সভাপতিত্ব নকৰিব। į ১৷ সংবিধান (প্রথম সংশােধন) অধিনিয়ম, ১৯৫১ৰ ৯ ধাৰাৰ দ্বাৰা আৰু সদনৰ অন্য কাৰ্য্যৰ ওপৰত এনে আলােচনাৰ পূর্ববর্তিতাৰ বাবে " এই শৰদসমূহ লােপ কৰা হৈছে ।