পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ষষ্ঠ ভাগ বাজ্যসমূহ –অনুচ্ছেদ ১৭২-১৭৬ পৰস্তু, উক্ত কাল সংকটকালীন উদঘোষণা চলি থকা সময়ত সংসদে বিধিৰ দ্বাৰা একেলগে এবছৰৰ অনধিক যিকোনো কালাবধিৰ বাৰে বাটাব পাৰিব আৰু উদঘোষণা শেষ হোবাৰ পিচত যিকোনো ক্ষেত্ৰতে ছমাহৰ অধিক বঢ়াব নোবাৰিব। (২) কোনো ৰাজ্যৰ বিধানপৰিষদ বিঘটন নহব, কিন্তু প্ৰতি দ্বিতীয় বছৰৰ অন্তত যথাশীঘ্ৰে সংসদে বিধিৰ দ্বাৰা এই উদ্দেশ্যে প্ৰস্তুত কৰা উপবন্ধ অনুসাৰে পৰিষদৰ যথা সম্ভব নিকটতম এক-তৃতীয়াংশ সদস্যই অৱসৰ গ্ৰহণ কৰিব। ১৭৩ কোনো ব্যক্তি ৰাজ্যৰ বিধান মণ্ডলৰ আসন পূৰণৰ কাৰণে নিৰ্বাচিত হবলৈ অহঁ ৰাজ্যৰ বিধান নহব যদিহে তেওঁ মণ্ডল সদস্যতাৰ বাবে ১ [ (ক) ভাৰতৰ নাগৰিক নহয়, আৰ নিৰ্বাচন আয়োগৰ দ্বাৰা এই নিমিন্ত্ৰে প্ৰাধিকৃত অৰ্হতাসমূহ। কোনো ব্যক্তিৰ আগত তৃতীয় অনুসূচীত এই প্ৰয়োজনৰ বাবে দিয়া প্ৰপত্ৰ অনুসাৰে শপত গ্ৰহণ বা প্ৰতিজ্ঞান নকৰে আৰ হস্তাক্ষৰ নিদিয়ে;] (খ) বিধান সভাৰ আসনৰ ক্ষেত্ৰত অন্ন পচিশ বছৰ আৰু বিধান পৰিষদৰ আসনৰ ক্ষেত্ৰত অন্ন ত্ৰিশ বছৰ বয়স প্ৰাপ্ত নহয়; আৰু (গ) সংসদৰ দ্বাৰা প্ৰস্তুত কোনো বিধিৰ দ্বাৰা বা অধীনত, এই মৰ্মে বিহিত কৰি দিয়া অন্যান্য তেনে অৰ্হতা নাথাকে। ২ [ ১৭৪া (১) ৰাজ্যপালে সময়ে সময়ে ৰাজ্যিক বিধান মণ্ডলৰ সদনক বা প্ৰত্যেক, ৰাজ্যক বিধান সদনকে, তেওঁ যি সময়ত আৰু স্থানত উচিত বুলি ভাবে তেনে সময়ত আৰু স্থানত বৈঠক মণ্ডলৰ বাবে আহ্বান কৰিব, কিন্তু ইয়াৰ কোনো অধিবেশনৰ অন্তিম বৈঠক আৰু তাৰ পৰবৰ্তী অধিবেশন, অধিবেশনৰ প্ৰথম বৈঠকৰ বাবে নিৰ্দিষ্ট তাৰিখৰ মাজৰ ব্যবধান ছমাহ হব নোবাৰিব। সত্ৰাৱসান আৰু (২) ৰাজ্যপালে সময়ে সময়ে (ক) সদনৰ বা যি কোনোটো সদনৰ সত্ৰাবসান কৰিব পাৰে; (খ) বিধান সভা বিঘটন কৰিব পাৰে। বিঘটন। ১৭৫ (১) ৰাজ্যপালে বিধান সভাত অভিভাষণ দিব নাইবা বিধান পৰিষদ থকা ৰাজ্যৰ সদনত নাই বিধান-মণ্ডলৰ যিকোনোটো সদনত নাইবা একত্ৰে কমবেত উভয় সদনত অভিভাষণ দিব উভয় সদনত পাবে আৰ সেই উদ্দেশ্যে সদস্য সকলৰ উপস্থিতি বিৰিব পাৰে। অভিভাষণ দিবলৈ আৰু (২) বিধান মণ্ডলত ততকালীন বিবেচনাধীন হৈ থকা কোনো বিধেয়কৰ সম্বন্ধেই হওক নাইবা আন বিষয়েই হওক ৰাজ্যপালে ৰাজ্যৰ বিধান মণ্ডলৰ সদনলৈ বা উভয় সদনলৈ বাণী পঠাবলৈ বাণী প্ৰেৰণ কৰিব পাৰে আৰু যিটো সদনলৈ কোনো বাণী এনে প্ৰকাৰে প্ৰেৰিত হয়, সেই ৰাজ্যপালৰ সদনে যিমান শীঘ্ৰে সুবিধা হয় সিমান শীঘ্ৰে সেই বাণীত বিচাৰৰ বাৰে অপেক্ষিত যিকোনো অধিকাৰ। বিষয়ৰ বিচাৰ কৰিব। ১৭৬৷ * [ (১) বিধান সভাৰ বাবে হোবা প্ৰত্যেকটো সাৰণ নিৰ্বাচনৰ পিচত বহা প্ৰথম ৰাজ্যপালৰ দ্বাৰা অধিবেশনৰ প্ৰাৰম্ভণিতে আৰ প্ৰত্যেক বছৰৰ প্ৰথম অধিবেশনৰ প্ৰাৰম্ভণিতে ] ৰাজ্যপালে বিধান বিশেষ সভাত অথবা কোনো ৰাজ্যৰ বিধান পৰিষদ থাকিলে, একেলগে সমবেত হোবা উভয় সদনত অভিভাষণ। অভিভাষণ দিব আৰু বিধান মণ্ডল আহ্বান কৰাৰ কাৰণ সমূহ বিধান মণ্ডলক জনাব। ১ সংবিধান (ষষ্ঠদশ সংশোধন) অধিনিয়ম, ১৯৬৩ ৪ ধাৰাৰ দ্বাৰা মূল (ক) খণ্ডৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ২। সংবিধান (প্ৰথম সংশোধন) অধিনিয়ম, ১৯৫১ ৮ধাৰাৰ দ্বাৰা মূল অনুচ্ছেদৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ৩৷ সংবিধান (প্ৰথম সংশোধন) অধিনিয়ম, ১৯৫১ৰ ধাৰাৰ দ্বাৰা “প্ৰত্যেক অধিবেশনৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত।