পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ৬১ যষ্ঠ ভাগ --ৰাজ্যসমূহ – অনুচ্ছেদ ১৮১-১৮৫ (২) বিধান সভাত তেওঁক পদৰ পৰা অপসাৰণ কৰিবলৈ কোনো সংকল্প বিচাৰাধীন হৈ থকা কালত বিধান সভাত কথা কবলৈ আৰু অন্যথা সভাৰ কাৰ্যবাহীত অংশ গ্ৰহণ কৰিবলৈ অধ্যক্ষৰ অধিকাৰ থাকিব আৰু অনুচ্ছেদ ১৮৯ত যিকোনো কথা থকা সত্ত্বেও তেনেকুবা সংকল্পত বা তেনেকুৱা কাৰ্যবাহীৰ কালত অন্য যিকোনো বিষয়ত মাত্ৰ প্ৰথম বাৰহে ভোট দিবলৈ হকদাৰ হব কিন্তু ভোটৰ সমতাৰ ক্ষেত্ৰত নহব। ১৮২ বিধান পৰিষদ থকা প্ৰত্যেক ৰাজ্যৰ বিধান পৰিষদে যথা সম্ভব শীঘ্ৰে পৰিষদৰ বিধান পৰিষদৰ দুজন সদস্যক যথাক্ৰমে সভাপতি আবু উপসভাপতি ৰূপে বাছি লব আৰু যেতিয়াই সভাপতি সভাপতি আৰু নাইবা উপসভাপতিৰ পদ বিক্ত হয় পৰিষদে আন এজন সদস্যক স্থান বিশেষে সভাপতি উপসভাপতি। নাইবা উপসভাপতি ৰূপে বাছি লব। ১৮৩৷ বিধান পৰিষদৰ সভাপতি বা উপসভাপতি ৰূপে পদ ধাৰণ কৰি থকা কোনো সভাপতি আৰু সদস্যই উপসভাপতি (ক) যদি তেওঁ পৰিষদৰ সদস্য নোহহাবা হয় তেনেহলে নিজৰ, পদ ৰিক্ত কৰি পদৰ বিক্ততা, পদত্যাগ আৰু পদৰ পৰা (খ) যদি তেনেকুৱা সদস্যজন সভাপতি হয় তেনেহলে উপসভাপতিক আৰ যদি অপসাৰণ। তেনেকুৱা সদস্যজন উপসভাপতি হয় তেনেহলে সভাপতিক সম্বোধন কৰি যিকোনো সময়তে স্বাক্ষৰিত লিখনৰ দ্বাৰা নিজৰ পদ ত্যাগ কৰিব পাৰে; আৰ দিব; (গ) পৰিষদৰ তত্কালীন সমূহ সদস্য সংখ্যাধিক্যৰ দ্বাৰা পাৰিত কোনো সংকল্প দ্বাৰা তেওঁক নিজৰ পদৰ পৰা অপসাৰিত কৰিব পাৰিব। পৰস্তু, সংকল্পটো উপস্থাপিত কৰাৰ অভিপ্ৰায় জনাই চৈধ্য দিনৰ আগতে সূচনা নিদিয়াকৈ উপখণ্ড (গ)ৰ প্ৰয়োজনৰ বাবে তেনে কোনো সংকল্প উপস্থাপিত কৰিব নোৱাৰিব। ১৮৪৷ (১) যেতিয়া সভাপতি পদ বিক্ত হয় তেতিয়া উপসভাপতিৰ দ্বাৰা আৰু যদি সভাপতি পদৰ উপসভাপতি পদো বিক্ত হয় তেনেহলে পৰিষদৰ এনে এজন সদস্যৰ দ্বাৰা সভাপতি পদৰ কৰ্ত্তব্য পালন কৰ্তব্য পালন কৰা হব যাকনেকি ৰাজ্যপালে সেই প্ৰয়োজনাৰ্থে, নিযুক্ত কৰে। কৰিবলৈ নাইবা সভাপতি ৰূপে (২) পৰিষদৰ কোনো বৈঠকত সভাপতিৰ অনুপস্থিতিত উপসভাপতিয়ে আৰু যদি কাৰ্য্য কৰিবলৈ তেওঁও অনুপস্থিত থাকে তেনেহলে পৰিষদৰ প্ৰক্ৰিয়াৰ নিয়মাবলীৰ দ্বাৰা যথা নিৰ্ধাৰিত কোনো উপসভাপতি বা ব্যক্তিয়ে অথবা যদি তেনেকুবা, কোনো ব্যক্তিও উপস্থিত নাথাকে তেনেহলে পৰিষদৰ দ্বাৰা অন্যব্যক্তিৰ যথা নিৰ্ধাৰিত কোনো অন্য ব্যক্তিয়ে সভাপতি ৰূপে কাৰ্য্য কৰিব। ক্ষমতা। ১৮৫ (১) বিধান পৰিষদৰ কোনো বৈঠকত যেতিয়া সভাপতিক পদৰ পৰা অপসাৰণ পদৰ পৰা কৰিবলৈ কোনো সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া সভাপতিয়ে অথবা যেতিয়া অপসাৰণ কৰাৰ উপসভাপতিক পদৰ পৰা অপসাৰণ কৰিবলৈ কোনো সংকল্প বিচাৰাধীন হৈ থাকে তেতিয়া উপসভাপতিয়ে উপস্থিত থাকিলেও বিধান পৰিষদৰ কোনো বৈঠকত সভাপতিত্ব নকৰিব আৰ প্ৰস্তাৱ বিচাৰাধীন স্থান বিশেষে সভাপতি নাইবা উপসভাপতি অনুপস্থিত থকা বৈঠকত অনুচ্ছেদ ১৮৪ৰ খণ্ড হৈ থকা কালত (২)ৰ উপবন্ধ সমূহ যেনেকৈ প্ৰযোজ্য হয় এনে প্ৰত্যেক বৈঠকৰ সম্পৰ্কতো সেই উপবন্ধ সভাপতি নাইবা সমূহ তেনেকৈ প্ৰযোজ্য হব। উপসভাপতিয়ে সভাপতিত্ব (২) বিধান পৰিষদত তেওঁৰ পদৰ পৰা অপসাৰণ কৰিবলৈ কোনো সংকল্প বিচাৰাধীন নকৰিব। হৈ থকা কালত বিধান পৰিষদত কথা কবলৈ আৰু অন্যথা সভাৰ কাৰ্যবাহীত অংশ গ্ৰহণ কৰিবলৈ সভাপতিৰ অধিকাৰ থাকিব আৰু অনুচ্ছেদ ১৮৯ত যি কোনো কথা থকা সত্ত্বেও তেনেকুৱা সংকল্পত বা তেনেকুৱা কাৰ্যবাহীৰ কালত অন্য যিকোনো বিষয়ত মাত্ৰ প্ৰথম বাৰহে ভোট দান কৰিবলৈ হকদাৰ হব, কিন্তু ভোটৰ সমতাৰ ক্ষেত্ৰত নহব।