পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ২৭ পঞ্চম ভাগ -সংঘ অনুচ্ছেদ ৭৮-৮০ ৭৮ প্ৰধান মন্ত্ৰীৰ কৰ্তব্য হব – ৰাষ্ট্ৰপতি সংবাদ জ্ঞাত কৰা (ক) সংঘৰ কাৰ্য্য প্ৰশাসন সম্বন্ধীয় মন্ত্ৰী-পৰিষদৰ সকলো বিনিশ্চয় আৰ বিধি প্ৰণয়ন প্ৰস্তাব’ৰাষ্ট্ৰপতিক জনোৱা; আদি বিষয়ত প্ৰধান মন্ত্ৰী (খ) ৰাষ্ট্ৰপতিয়ে জানিব খোজা সংঘৰ কাৰ্য্য প্ৰশাসন সম্বন্ধীয় আৰু বিধি প্ৰণয়নৰ প্ৰস্তাব কৰ্তব্য। সম্বন্ধীয় তেনে কোনো সংবাদ ৰাষ্ট্ৰপতিক যোগোবা; আৰু (গ) কোনো এজন মন্ত্ৰীয়ে বিনিশ্চয় কৰা, কিন্তু মন্ত্ৰী পৰিষদে বিচাৰ নকৰা, কোনো বিষয় ৰাষ্ট্ৰপতিয়ে আবশ্যক বুলি ভাবিলে মন্ত্ৰী-পৰিষদৰ বিচাৰাৰ্থে দাখিল কৰা। দ্বিতীয় অধ্যায় সংসদ সাধাৰণ ৭৯। সংঘৰ বাবে ৰাষ্ট্ৰপতি আবু যথাক্ৰমে ৰাজ্য সভা আৰু "লোক সভা নামৰ দুটি সংসদৰ গঠন। সদনেৰে গঠিত এখন সংসদ থাকিব।

.৮০ (১) ১ *

  • ৰাজ্য সভা ]

ৰাজ্য সভাৰ গঠন। (ক) খণ্ড (৩)ৰ উপবন্ধ অনুযায়ী ৰাষ্ট্ৰপতিৰ দ্বাৰা মনোনয়নীয় বাৰ জন সদস্য; আৰু (খ) ৰাজ্য সমূহৰ প আৰ সংঘ-ৰাজ্যক্ষেত্ৰ সমূহৰ অনধিক দুশ আঠত্ৰিশ জন প্ৰতিনিধিক লৈ গঠিত হব। (২) ৰাজ্য সভাত ৰাজ্য সমূহৰ প্ৰ আৰু সংঘ-ৰাজ্যক্ষেত্ৰ সমূহৰ প্ৰতিনিধি বৰ্গৰ দ্বাৰা পূৰ্ণ কৰিবলগীয়া আসনৰ কটন চতুৰ্থ অনুসূচীত সেই মৰ্মে সন্নিবিষ্ট কৰা উপবন্ধাবলী অনুযায়ী (৩) খণ্ড (১ৰি উপখণ্ড (ক)ৰ অধীনত ৰাষ্ট্ৰপতিয়ে মনোনীত কৰিব লগা সদস্য সকল নিম্নলিখিত বিষয় সমূহৰ সম্বন্ধে বিশেষ জ্ঞান বা ব্যবহাৰিক অভিজ্ঞতা থকা ব্যক্তি হব লাগিব, যেনে-- সাহিত্য, বিজ্ঞান, কলা আৰু সমাজ-সেবা। স সংবিধান পঞ্চত্ৰিংশ তথা ষষ্ঠ ত্ৰিংশ সংশোধন অধিনিয়ৰ দ্বাৰা সংশোধিত। ২ সংবিধান (ষষ্ঠত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ৰ ৫ ধাৰাৰ দ্বাৰা “দশম অনুসূচীৰ দফা ৪ৰ উপবন্ধ সাপেক্ষে” কথাখিনি লোপ কৰা হৈছে (২২-৪-৭৫ তাংৰ পৰা)।. ৩৷ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ৩ ধাৰাৰ দ্বাৰা সংযোজিত।