পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৯ ভাৰতৰ সংবিধান উনবিংশ ভাগ-বিবিধ অনুচ্ছেদ ৩৬৪-৩৬৬ ৩৬৪।(১) এই সংবিধানত যিকোনোকথা থকা সত্ত্বেও,ৰাষ্ট্ৰপতিয়ে সব্বজনিক অধিসূচনাৰ দ্বাৰা প্ৰধান দেব নিৰ্দেশ দিব পাৰে যে সেই অধিসূচনাত যথা বিনিৰ্দিষ্ট তাৰিখৰ পৰা • আৰু (ক) সংসদে বা কোনো ৰাজ্যৰ বিধান মণ্ডলে প্ৰণয়ন কৰা কোনো বিধি কোনো প্ৰধান বিমানকোঠ বন্দৰবা বিমান কোঠত প্ৰয়োগ নহব বা সেই অধিসূচনাত যথা বিনিৰ্দিষ্ট কৰি দিয়া সম্পৰ্কে বিশেষ . তেনে কোনো ব্যতিক্ৰম বা পৰিৱৰ্তনৰ অধীনে সেই বোৰত প্ৰয়োগ হব, বা উপবন্ধ। (খ) সেই তাৰিখৰ আগতে কৰা বা কৰিবলৈ বাদ দিয়া বিষয়বোৰৰ বাহিৰে আনবোৰ বিষয়ৰ সম্পৰ্কত কোনো প্ৰধান বন্দৰ বা বিমানকোঠত যিকোনো বিদ্যমান বিধিৰ প্ৰভাৱ নোহোৱা হব বা সেই অধিসূচনাত যথা বিনিৰ্দিষ্ট কৰি দিয়া তেনে কোনো ব্যতিক্ৰম বা পৰিৱৰ্তনৰ অধীনে'এনে বন্দৰ বা বিমানকোঠত ইয়াৰ প্ৰভাৱ হব। (২) এই অনুচ্ছেদ- (ক) প্ৰধান বন্দৰ বুলিলে সংসদৰ কোনো বিধি বা কোনো বিদ্যমান বিধিৰ দ্বাৰা প্ৰধান বন্দবুলি ঘোযিত বন্দৰকবুজাব আৰু এনে বন্দৰৰসীমাৰ ভিতৰত তসময় অন্তৰ্ভুক্ত হৈ থকা সকলো ক্ষেত্ৰ ইয়াৰ অন্তৰ্ভুক্ত হব; (খ) বিমান কোঠ’ বুলিলে বায়ুপথ, বিমান আৰু বিমান পৰিবহন সম্পৰ্কীয় অধিনিয়মৰ প্ৰয়োজন সমূহৰ কাৰণে পৰিভাষিত বিমান কোঠকে বুজাব। ৩৬৫। এই সংবিধানৰ কোনো উপবন্ধৰ অধীনত সংঘব কাৰ্যপালিকা ক্ষমতা প্ৰয়োগ কৰি দিয়া সংঘই দিয়া কোনো নিৰ্দেশ পালন বা কাৰ্য্যকৰী কৰিবলৈ কোনো ৰাজ্য অপাৰগ হলে, এই সংবিধানৰ উপবন্ধ নিৰ্দেশাৱলী পালন তানুসৰি সেই ৰাজ্যৰ চৰকাৰ চলিব নোৱাৰা অৱস্থা এটাই দেখা দিছে বুলি ধাৰণা কৰাটো ৰাষ্ট্ৰপতিৰ কৰিবলৈবাকাৰ্য্যকৰী। বাবে বিধিসংগত হব। কৰিবলৈ অপাৰগ ৩৬৬।প্ৰসংগক্ৰমে অন্যথাঅপেক্ষিত নহলে,এই সংবিধানত নিম্নোক্ত আখ্যা সমূহৰ অৰ্থ যথাক্ৰমে হোৱাৰ ফল। ইয়াৰ দ্বাৰা বিনিৰ্দ্দিষ্টকৰা মতে-হব, অৰ্থাৎ- ৫ পৰিভাষা। (১) কৃষি-আয়’পদে ভাৰতীয় আয়কৰ সম্পৰ্কীয় অধিনিয়মৰপ্ৰয়োজন সমূহৰ কাৰণে পবিভাষিত কৃষিআয় বুজাব; (২) এংল ইণ্ডিয়ান’ পদে এনে ব্যক্তি বুজাব যাৰ পিতৃ বা পুৰুষৰ ঠালৰ কোনোবা এজন পূৰ্ব পুৰুষইউৰোপীয় উদ্ভৱ হয় বা ছিল, কিন্তু যি ভাৰতৰৰাজ্যক্ষেত্ৰৰ ভিতৰত অধিবাসী হৈছে আৰু যি এনে ৰাজ্যক্ষেত্ৰৰ ভিতৰত এনে মুকি-বাপেকৰ পৰা জন্ম হয় বা হৈছিল যি সাধাৰণতে.তাৰ নিবাসী, আৰু কেৱল অস্থায়ী উদ্দেশ্যৰ বাবে তাত সংস্থাপিত হোৱা নাই (৩) অনুচ্ছেদ’মানে এই সংবিধানৰ কোনো অনুচ্ছেদ; (৪) ধাৰলোৱা’পদে বাৰ্ষিকী অনুদানৰ দ্বাৰা ধন লোৱাটোও অন্তৰ্ভুক্ত কৰিব আৰু ঋণৰ’অৰ্থ সেই মতেইহব

      • ]

(৫) ‘খ’ মানে যি অনুচ্ছেদত সেই পদ থাকে সেই অনুচ্ছেদৰ কোনো খণ্ড এটা; (৬) ‘নিগম-কৰ’মানে আয়ৰ ওপৰত লগোৱা যিকোনো কৰ যেতিয়া সেই কৰ কোম্পানী সমূহৰ দ্বাৰা দেয় হয় আৰু যি কবৰ সম্পৰ্কত নিম্নলিখিত চৰ্ত্ত সমূহপূৰণ হয়ঃ- (ক) যদি কৃযিআয়ৰ সম্পৰ্কত ইয়াক লগাব নোৱাৰি, ১। খণ্ড (ক) সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ দ্বাৰা অন্তঃস্থাপিত কৰা হৈছিল; আৰু সংবিধান ত্ৰিচাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৭ ৰ ধাৰা ১১ৰ দ্বাৰা লোপকৰা হয় (১৩-৪-৭৮ তাংৰ পৰা)।