পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৮ ভাৰতৰসংবিধান উনবিংশ ভাগ-বিবিধ-অনুচ্ছেদ ৩৬১ ক ৩৬৩ ক (২) কোনো বাতৰি কাকতত প্ৰকাশিত বিৱৰণী:বা বিষয়ৰ সম্পৰ্কত খণ্ড (১) যিদৰে প্ৰয়োগহব, কোনো প্ৰসাৰণ কেন্দ্ৰৰ মাধ্যমেৰে কোনো কাৰ্যক্ৰম বা সেৱাৰ অংশ হিচাপে বেতাৰ ভঁৰযন্ত্ৰৰ দ্বাৰা প্ৰসাৰিত বিৱৰণীবা বিষয়ৰ সম্পৰ্কতো সেই একেদৰেই প্ৰয়োগ হব। স্পষ্টীকৰণ-এই অনুচ্ছেদত বাতৰি কাকত’পদে কোনো বাতৰি কাকতত প্ৰকাশৰ বাবে বিষয়বস্তু থকা সমাচাৰ এজেন্সীৰ বিৱৰণীকোঅন্তৰ্ভুক্ত কৰিব।] ৩৬২।[দেশীয় ৰাজ্যসমূহৰশাসক সকলৰ অধিকাৰ আৰু বিশেষাধিকাৰসমূহ] সংবিধান (যষ্ঠবিংশ সংশোধন) অধিনিয়ম, ১৯৭১ ৰ ধাৰা ২ ৰ দ্বাৰা নিৰসিত। ! কিছুমান সন্ধি, কৰাৰ আদিৰ পৰা উদ্ভৱ হোবিবাদৰ সম্পৰ্ক ন্যায়াল হস্তক্ষেপৰ ওপৰত বাধাআলোপ। ৩৬৩।(১) এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্বে কোনো ভাৰতীয় ৰাজ্যৰ কোনো শাসকৰ দ্বাৰা কৰা হোৱা বা সম্পাদিত আৰু ভাৰতীয় ডমিনিয়নৰ চৰকাৰবাইয়াৰ কোনো পূৰ্ধ্বৱৰ্তীচৰকাৰ পক্ষ হিচাপে থকা আৰু এনে প্ৰাৰম্ভণিৰ পিচত প্ৰৱৰ্তিত হৈ থকা কোনো সন্ধি, কৰাৰ, প্ৰসংবিদা, বচন-বন্ধ, চনদ বা এনে ধৰণৰ আন লিখনৰ কোনো উপবন্ধৰ পৰা উদ্ভূত কোনো বিবাদৰ বিষয়ত,বা এনে কোনো সন্ধি, কৰাৰ, প্ৰসংবিদা, বচন-বন্ধ, চনদ বা এনে ধৰণৰ আন কোনো লিখনৰ সম্পৰ্কে এই সংবিধানত দিয়া কোনো উপবন্ধৰ পৰা প্ৰোদ্ভূত কোনো অধিকাৰ বা তাৰ পৰা উদ্ভূত কোনো দায়িত্ব বা আভাৰ সম্বন্ধীয় কোনো বিবাদৰ বিষয়ত এই সংবিধানত যিকোনো কথা থকা সত্ত্বেও কিন্তু, অনুচ্ছেদ ১৪৩ ৰ উপবন্ধ সমূহৰ সাপেক্ষে, উচ্চতম ন্যায়ালয়ৰনাইবা আন কোনোন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ নেথাকিব। (২) এই অনুচ্ছেদ- (ক) ভাৰতীয় ৰাজ্যৰ অৰ্থ হৈছে-এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্বে মহামান্য সম্ৰাট বা ভাৰতীয় ডমিনিয়নৰ চৰকাৰৰ দ্বাৰা এনে এখন ৰাজ্য হিচাপে স্বীকৃত কোনো ৰাজ্যক্ষেত্ৰ; আৰু (খ) শাসক’পদে এনে প্ৰাৰম্ভণিৰ আগতে কোনোভাবতীয় ৰাজ্যব শাসক হিচাপেমহামান্য সম্ৰাট বা ভাৰতীয় ডমিনিয়নব চৰকাৰৰ দ্বাৰা স্বীকৃত বজা, প্ৰমুখ বা আন ব্যক্তিকে অন্তৰ্ভুক্ত কৰিছে। ভাৰতীয় ৰাজ্যৰ । [৩৬৩ ক। এই সংবিধানত অথবা তত্সময় বলত থকা যিকোনো বিধিত যি কোনো কথা থকা শাসক সকলৰ প্ৰতি সত্ত্বেও-- প্ৰদত্ত মান্যতাৰ অন্ত (ক) সংবিধান (যষ্ঠবিংশসংশোধন) অধিনিয়ম, ১৯৭১ৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে যিকোনো সময়ত আৰু বিশেষ মাননীৰ ৰাষ্ট্ৰপতিৰ দ্বাৰা কোনো ভাৰতীয় ৰাজ্যৰ শাসক বুলি স্বীকৃত'ৰাজ প্ৰমুখ বা অন্য বিলোপ। ব্যক্তি, অথবা তেনে প্ৰাৰম্ভণিৰ পূৰ্বে যিকোনো সময়ত ৰাষ্ট্ৰপতিৰ দ্বাৰা তেনে শাসকৰ উত্তৰাধিকাৰী বুলি স্বীকৃত কোনো ব্যক্তি, তেনে প্ৰাৰণিৰ পৰা তেনে শাসক বা তেনে শাসকৰ উত্তৰাধিকাৰী বুলি স্বীকৃত নোহোৱা হব; . (খ) সংবিধান (যষ্ঠবিংশ সংশোধন) অধিনিয়ম ১৯৭১ ৰ প্ৰাৰম্ভণিৰ পৰা বিশেষ মাননী বিলোপ কৰা হৈছে, আৰু বিশেষ মাননী সম্বন্ধীয় সকলো অধিকাৰ, দায়িত্ব আৰু বাধ্যতা নিৰ্বাপিত কৰা হৈছেআৰুতদনুসাৰে খণ্ড (ক) তউল্লিখিতশাসককবা যথাস্থিতি, তেনে শাসকৰ উত্তৰাধিকাৰীক বা অন্য কোনো ব্যক্তিক বিশেষ মাননী হিচাপে কোনো ধন শোধ কৰা নহব।] ১। সংবিধান (ষষ্ঠবিংশ সংশোধন) অধিনিয়ম, ১৯৭১ৰ ধাৰা ৩ দ্বাৰা অন্তঃস্থাপিত (২৮-১২- ৭১ তাংৰ পৰা)।