পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাবতৰ সংবিধান ১৩৯ ষষ্ঠদশ ভাগ -কিছুমান শ্ৰেণীৰ সম্পর্কে বিশেষ উপবন্ধ -অনুচ্ছেদ-৩৩১-৩৩২ ৩৩১। অনুচ্ছেদ ৮১ ত যিকোনাে কথা থকা সত্ত্বেও, ৰাষ্ট্রপতিয়ে যদি ৰায় দিয়ে যে লােক লােক সভাত এংল’ সভাত এংল’ইণ্ডিয়ান সম্প্রদায়ৰ পৰ্য্যাপ্তভাবে প্রতিনিধিত্ব হােৱা নাই, তেনেহলে তেওঁ সেই সম্প্রদায়ৰ ইণ্ডিয়ান সম্প্রদায়ৰ মাজৰ পৰা অনধিক দুজন সদস্য লােকসভালৈ মনােনীত কৰিব পাৰে। প্রতিনিধিত্ব। ৩৩২।(১) [* *] প্রত্যেক ৰাজ্যৰ বিধান সভাত অনুসূচিত জাতি আৰু [ অসমৰ'স্বায়ত্ত বাজ্যসমূহৰ বিধান শাসিত জিলা সমূহত থকা অনুসূচিত জনজাতি সকলৰ বাহিৰে ] আন অনুসূচিত জনজাতি সকলৰ সভাত অনুসূচিত জাতি কাৰণে আৰক্ষিত আসন থাকিব। আৰু অনুসূচিত জনজাতি সমূহৰ (২) অসমৰ ৰাজ্যৰ বিধান সভাত স্বায়ত্ত জিলা সমূহৰ বাবেও আৰক্ষিত আসন থাকিব। কাবণে আবক্ষিত (৩) খণ্ড (১)ৰ অধীনত কোনাে ৰাজ্যৰ বিধান সভাত অনুসূচিত জাতি বা অনুসূচিত জনজাতিৰ আসন। কাৰণে আৰক্ষিত আসন সংখ্যাৰ লগত সেই বিধান সভাৰ আসনৰ মুঠ সংখ্যাৰ অনুপাত, যি ৰাজ্যৰ সম্বন্ধত এনেকৈ আসন আৰক্ষিত কৰা হয় সেই ৰাজ্যৰ অথবা যথাস্থিতি মতে, ৰাজ্যৰ কোনােভাগৰ অনুসূচিত জাতিৰ বা অনুসূচিত জনজাতিৰ জনসংখ্যাৰ লগত ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ। যি অনুপাত হব তাৰ সৈতে যথা সম্ভৱ একে হব। [(ক) খণ্ড (৩) ত কোনো কথা থকা সত্বেও, ২০০০ চনৰ পিচত হােৱা,প্রথম লােকপিয়লৰ ভিত্তিত, অৰুণাচল প্রদেশ, মেঘালয়, মিজোৰাম আৰু নগালেণ্ড ৰাজ্যৰ বিধান সভাত আসনসমূহৰ সংখ্যাৰ, অনুচ্ছেদ ১৭০ ৰ অধীনত] পুনৰ সমাযযাজন কাৰ্য্যকৰী নােহােৱালৈকে, যি আসনসমূহ এনে কোনাে ৰাজ্যৰ বিধান সভাত অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হ'ব, সেইসমূহ (ক) যদি সংবিধান (সপ্ত পঞ্চাশতম সংশােধন) অধিনিয়ম, ১৯৮৭ বলবৎ হােৱা তাৰিখত এনে ৰাজ্যৰ বিদ্যমান বিধান সভাত (ইয়াৰ পিচত এই খণ্ডত বিদ্যমান বিধান সভা হিচাপে উল্লিখিত) সকলাে আসন অনুসূচীত জনজাতিৰ সদস্যৰ দ্বাৰা ধাৰণ কৰা হয়, তেতিয়া এখন আসনৰ বাদে সকলাে আসন হব; (খ) আন কোননা ক্ষেত্ৰত, এনে সংখ্যক আসন হব, যাৰ সংখ্যাৰ অনুপাত, আসনৰ মুঠ সংখ্যাৰ সেই অনুপাততকৈ কম নহব, যি বিদ্যমান বিধান সভাত অনুসূচিত জনজাতিৰ সদস্য সংখ্যাৰ (উক্ত তাৰিখত যথা বিদ্যমান) অনুপাত বিদ্যমান বিধান সভাত আসনৰ মুঠ সংখ্যাৰ সৈতে আছে।] ১ । সংবিধান (সপ্তম সংশােধন) অধিনিয়ম, ১৯৫৬ ৰ ধাৰা ২৯ আৰু অনুসূচীৰ দ্বাৰা “প্রথম অনুসূচীৰ ক - ভাগ বা খ-ভাগ নির্দিষ্ট” এই শব্দ আৰু অক্ষৰ সমূহ লােপ কৰা হৈছে।.. ২। সংবিধান (একপঞ্চাশতম সংশােধন) অধিনিয়ম, ১৯৮৪ ৰ ধাৰা ৩ ৰ দ্বাৰা (১৬-৬-১৯৮৭ ৰ দ্বাৰা প্ৰভাৱী হােৱাকৈ) প্রতিষ্ঠাপিত। .৩। সংবিধান (সপ্তপঞ্চাশতম সংশােধন) অধিনিয়ম, ১৯৮৭ ৰ ধাৰা ২ৰ দ্বাৰা (২১৯-১৯৮৭ ৰ পৰা প্ৰভাৱী হােৱাকৈ) অন্তঃস্থাপিত।