পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪০ ভাৰতৰ সংবিধান ষষ্ঠদশ ভাগ কিছুমান শ্রেণীব সম্পর্কে বিশেষ উপবন্ধ – অনুচ্ছেদ-৩৩৩ - ৩৩৪. [তখ) খণ্ড (৩) ত কোনাে থকা সত্ত্বেও, ২০০০ চনৰ পিচত হােৱা প্রথম লােকপিয়লৰ ভিত্তিত, ত্ৰিপুৰা ৰাজ্যৰ বিধান সভাত আসনৰ সংখ্যাৰ, অনুচ্ছেদ ১৭০ৰ অধীনত, পুনৰ সমাযােজন কাৰ্য্যকৰী নােহােৱালৈকে, যি আসনসমূহবিধান সভা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হব সেইসমূহ এনে সংখ্যক আসন হব, যাৰ সংখ্যাৰ অনুপাত, সংবিধানৰ (বাসত্তৰতম সংশােধন) অধিনিয়ম, ১৯৯২ বলবৎ হােৱাৰ তাৰিখত, আসনসমূহৰ মুঠ সংখ্যাৰ সেই অনুপাতৃতকৈ কম নহব যি অনুপাত উক্ত তাৰিখত বিদ্যমান বিধান সভাত অনুসূচিত জনজাতিৰ সদস্য সংখ্যাৰ সেই বিধান সভাত . আসনৰ মুঠ সংখ্যাৰ সৈতে আছে।] (৪) অসম ৰাজ্যৰ বিধান সভাত কোনাে স্বায়ত্ত জিলাৰ কাৰণে আৰক্ষিত আসনৰ সংখ্যাৰ লগত সেই সভাৰ মুঠ আসনৰ সংখ্যাৰ অনুপাত, সেই জিলাৰ লােক সংখ্যা আৰু সেই ৰাজ্যৰ মুঠ লােক সংখ্যাৰ মাজত থকা অনুপাততকৈ কম নহব। (৫) [***] অসমৰ কোনাে স্বায়ত্ত জিলাৰ কাৰণে আৰক্ষিত আসন সমূহৰ নির্বাচন ক্ষেত্র । সমূহৰ লগত সেই জিলাৰ বাহিৰৰ কোনাে ক্ষেত্র সমাবিষ্ট নহব। (৬) অসম ৰাজ্যৰ কোনাে স্বায়ত্ত জিলাৰ অনুসূচিত জনজাতিৰ সদস্যভুক্ত নােহােরা কোনাে ব্যক্তিয়ে [**] স্বায়ত্ত জিলাৰ কোনাে নির্বাচন ক্ষেত্ৰৰ পৰা সেই ৰাজ্যৰ বিধান সভালৈ নিৰ্বাচিত হােৱাৰ পাত্ৰ নহব। ৰাজ্যসমূহৰ বিধান ৩৩৩ অনুচ্ছেদ ১৭০ ত যিকোনাে কথা থকা সত্ত্বেও; কোনাে ৰাজ্যৰ ৰাজ্যপাল ৩ [**] যদি সভাত এংল’ ইণ্ডিয়ান সেই ৰাজ্যৰ বিধান সভাত এংল’ইণ্ডিয়ান সম্প্ৰদায়ৰ প্রতিনিধিত্ব আৱশ্যক হৈছে আৰু তাত যথেষ্ট সম্প্রদায়ৰ প্ৰতিনিধিত্ব। ভাবে প্রতিনিধিত্ব থকা নাই বুলি ৰায় দিয়ে তেনেহলে তেওঁ [সেই সম্প্রদাহ এজন সদস্য বিধান, সভালৈ মনােনীত কৰিব পাৰে।] আসনৰ আৰক্ষণ আৰু বিশেষ প্রতিনিধিত্ব [পঞ্চাশ বছৰীৰ পিছত অস্ত পৰিব। ৩৩৪। এই ভাগৰ পুৰ্বোক্ত উপবন্ধ সমূহত যিকোনাে কথা থকা সত্ত্বেও, -- (ক) লােক সভাত আৰু ৰাজ্য সমূহৰ বিধান সভা সমূহত অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি সমূহৰ কাৰণে আসনৰ সংৰক্ষণ সম্পৰ্কত থকা সেই সংবিধানৰ উপবন্ধ সমূহ; আৰু ১। সংবিধান (দ্বিসপ্ততিতম সংশােধন) অধিনিয়ম, ১৯৯২ ৰ ধাৰা ২(৯) ৰ দ্বাৰা অন্তঃস্থাপিত। ২। উত্তৰ পূব অঞ্চল (পুনর্গঠন) অধিনিয়ম, ১৯৭১ ৰ ধাৰা ৭১ ৰ দ্বাৰা লােপ কৰা হৈছে (২১- ১-৭২ তাং পৰা)। ৩। সংবিধান (সপ্তম সংশােধন) অধিনিয়ম, ১৯৫৬ ৰ ২৯ ধাৰাৰ আৰু অনুসূচীৰ দ্বাৰা বা ৰাজপ্রমুখ’ শব্দ সমূহ লােপ কৰা হৈছে। ৪। সংবিধান (ত্রয়ােবিংশ সংশােধন) অধিনিয়ম, ১৯৬৯ ৰ ৪ ধাৰাৰ দ্বাৰা পূৰ্বৰ শব্দ সমূহৰ পৰিবৰ্তে প্রতিষ্ঠাপিত। ৫| সংবিধান (দ্বিষষ্টিতম সংশােধন) অধিনিয়ম,১৯৮৯ৰ ধাৰা ২ৰ দ্বাৰা (২০-১২-১৯৮৯ৰ পৰা প্ৰভাৱী হােৱাকৈ) “চল্লিশ বছৰৰ বাবে প্রতিষ্ঠাপিত। ./