পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান দ্বাদশ ভাগ-বিত্ত, সম্পত্তি, সংবিদা আৰু বাদসমূহ-অনুচ্ছেদ ৩০০-৩০০ ক (২) যদি এই সংবিধানৰ প্ৰাৰম্ভণিত- (ক) এনে কোনো বিধিক কাৰ্যবাহী বিচাৰাধীন হৈ থাকে যতনেকি ভাৰতীয় ডমিনিয়ন পৰ্ভুক্ত আছে, তেনেহলে সেই কাৰ্য্যবাহীত ডমিনিয়ৰ ঠাইত ভাৰত-সংঘ থকা বুলি গণ্য কৰা হব, আৰু (খ) এনে কোনো বিধিক কাৰ্য্যবাহী বিচাৰাধীন হৈ থাকে যত নেকি কোনো প্ৰদেশ বা কোনো ভাৰতীয় ৰাজ্য পক্ষভুক্ত আছে তেনেহ'লে সেই কাৰ্য্যবাহীত প্ৰদেশ বা ভাৰতীয় ৰাজ্যৰ ঠাইত তৎস্থানীয় ৰাজ্য থকা বুলি গণ্য কৰা হব।

[চতুৰ্থ অধ্যায় - সম্পত্তিত অধিকাৰ ৩০০ ক। বিধিৰ প্ৰাধিকাৰৰ দ্বাৰা ব্যতিৰেকে কোনো ব্যক্তি তেওঁৰ সম্পত্তিৰ পৰা বঞ্চিত নহ'ব। বিধিৰ প্ৰাধিকাৰব দ্বাৰা ব্যতিৰেকে, কোনো ব্যক্তি সম্পত্তিৰ পৰা বঞ্চিত নহ'ব। ১। সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৮ ৩৪ ধাৰাৰ দ্বাৰা অন্তঃপিত (২০-৬-৭৯ তাংৰ পৰা)।