পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পৃষ্ঠা ৭০ 90 ৭০ ‘৭২ ৭৪ অনুচ্ছেদ প্ৰক্ৰিয়া সাধাৰণতঃ ২০৮। প্ৰক্ৰিয়াৰ নিয়মাৱলী। ২০৯। ৰাজ্যৰ বিধান মণ্ডলত বিধিৰ দ্বাৰা বিত্তীয় কাৰ্য্য সম্বন্ধীয় প্ৰক্ৰিয়াৰ বিনিয়মন। বিধান মণ্ডলত প্ৰয়োগ হ'বলগীয়া ভাষা। ২১১। বিধান মণ্ডলৰ আলোচনাৰ ওপৰত নিবন্ধন। ৭১ ২১২। ন্যায়ালয়ে বিধান মণ্ডলৰ কাৰ্য্যবাহী সম্পৰ্কত পৰিপৃচ্ছা নকৰিব। ৭১ চতুৰ্থ অধ্যায় ৰাজ্যপালৰ বিধায়িনী ক্ষমতা ২১৩। বিধান মণ্ডলৰ বিশ্ৰান্তি কালত ৰাজ্যপালৰ অধ্যাদেশ প্ৰখ্যাপন কৰাৰ ক্ষমতা। ৭১ পঞ্চম অধ্যায় ৰাজ্যসমূহৰ উচ্চ ন্যায়ালয়সমূহ ২১৪। ৰাজ্যসমূহৰ কাৰণে উচ্চ ন্যায়ালয়সমূহ। ৭২ উচ্চ ন্যায়ালয়সমূহ অভিলেখ ন্যায়ালয় হ'ব। ৭২ উচ্চ ন্যায়ালয়সমূহৰ গঠন। ২১৭। উচ্চ ন্যায়ালৰ ন্যায়াধীশৰ নিযুক্তি আৰু পৰ্দৰ চৰ্তসমূহ। ৭২ ২১৮। উচ্চতম ন্যায়ালৰ সম্বন্ধীয় কিছুমান উপবন্ধ উচ্চ ন্যায়ালয়সমূহত প্ৰয়োগ। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ দ্বাৰা শপত আৰু প্ৰতিজ্ঞান। ৭৪ ২২০। স্থায়ী ন্যায়াধীশ হোৱাৰ পিছত বিধি বৃত্তিৰ ওপৰত নিবন্ধন। ন্যায়াধীশসকলৰ বেতন আদি। ৭৪। ২২২। কোনো ন্যায়াধীশক এখন উচ্চ ন্যায়ালয়ৰ পৰা আন এখনলৈ স্থানান্তৰণ। ২২৩ কাৰ্যকাৰী মুখ্য ন্যায়াধিপতিৰ নিযুক্তি। ২২৪ | অতিৰিক্ত আৰু কাৰ্য্যকাৰী ন্যায়াধীশৰ নিযুক্তি। ২২৪ক। উচ্চ ন্যায়ালয়ৰ বৈঠকত অবসৰ প্ৰাপ্ত ন্যায়াধীশৰ নিযুক্তি। ২২৫। বিদ্যমান উচ্চ ন্যায়ালয়সমূহৰ ক্ষেত্ৰাধিকাৰ। কেতবোৰ লেখ জাৰি কৰিবলৈ উচ্চ ন্যায়ালয়সমূহৰ ক্ষমতা। ২২৬ক! [ নিৰসিত ] সকলো ন্যায়ালয়ৰ ওপৰত উচ্চ ন্যায়ালয়ৰ অধীক্ষণৰ ক্ষমতা। উচ্চ ন্যায়ালয়লৈ কেতবোৰ গোচৰৰ হস্তান্তৰ। ২২৮ক।. [ নিৰসিত ] ২২৯। উচ্চ ন্যায়ালয়ৰ পদাধিকাৰী আৰু সেৱকসমূহ আৰু ব্যয়সমূহ। ৭৮ ২৩। সংঘ ৰাজ্যক্ষেত্ৰসমূহলৈ উচ্চ ন্যায়ালয়সমূহৰ ক্ষেত্ৰাধিকাৰ বিস্তাৰ। ২৩১। দুই বা ততোধিক ৰাজ্যৰ বাবে এখন উমৈহতীয়া উচ্চ ন্যায়ালয় স্থাপন। ষষ্ঠ অধ্যায় অধীনস্থ ন্যায়ালয়সমূহ ২৩৩ | জিলা ন্যায়াধীশসকুলৰ নিযুক্তি। ২৩৩ক। কোনো কোনো জিলান্যায়াধীশৰ নিযুক্তি আৰু তেওঁলোকে দিয়া নিৰ্ণয় আদিৰ ৮০ ৭৪ ৭৫ ৭৫ ৭৫ ৭৫ ৭৬ ৭৬ ৭৬ .99 ৭৮ ৭৯ ৭৯ ab