পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

1 ya (ঝ ] অনুচ্ছেদ পৃষ্ঠা ১৮২ বিধান পৰিষদৰ সভাপতি আৰু উপ-সভাপতি। ১৮৩। সভাপতি আৰুউপ-সভাপতি পদৰ ৰিক্ততা, পদত্যাগ আৰু পদৰ পৰা অপসাৰণ। ৬১ ১৮৪। সভাপতি পদৰ কৰ্তব্য পালন কৰিবলৈ নাইবা সভাপতিৰূপে কাৰ্য্য কৰিবলৈ উপ-সভাপতি বা অন্যব্যক্তিৰ ক্ষমতা। ১৮৫। পদৰ পৰা অপসাৰণ কৰাৰ প্ৰস্তাৱ বিচাৰাধীন হৈ থকা কালত সভাপতি নাইবা উপসভাপতিয়ে সভাপতিত্ব নকৰিব। ১৮৬ অধ্যক্ষ, উপাধ্যক্ষ, সভাপতি আৰু উপ সভাপতিৰ বেতন আৰু ভাত্তা। ৬২। ১৮৭। ৰাজৰ বিধান মণ্ডলৰ সচিবালয়। কাৰ্য্য পৰিচালনা। ১৮৮। সদসসকলৰ দ্বাৰা শপত গ্ৰহণ বা প্ৰতিজ্ঞান। ১৮৯। সদনসমূহত ভোটদান, ৰিক্ত আসন থকা সত্ত্বেও কাৰ্য্য কৰিবলৈ ক্ষমতা আৰু থুল। সদস্যসকলৰ অনৰ্হতাসমূহ ১৯০। আসনৰ ৰিক্ততা। ১৯১। সদস্য পদৰ কাৰণে অনহতসমূহ। সদস্যসকলৰ অনহত বিষয়ক প্ৰশ্নৰ ওপৰত বিনিশ্চয়। ৬৪ ১৯৩। অনুচ্ছেদ ১৮৮ৰ অধীনত শপত গ্ৰহণ বা প্ৰতিজ্ঞান কৰাৰ পূৰ্বে অথবা অৰ্থ নোহোৱাকৈ বা অনৰ্থ হৈ সদস্যৰ স্থানত বহা আৰু ভোট দিয়াৰ কাৰণে দণ্ড। ৬৪ ৰাজ্যৰ বিধান মণ্ডলসমূহৰ আৰু তাৰ সদস্যসকলৰবিশেষাধিকাৰ আৰু উক্তিসমূহ ১৯৪। বিধান মণ্ডলৰ সদস্যসমূহৰ আৰু তাৰ সদস্যসকলৰ আৰু সমিতিসমূহৰ ক্ষমতা, বিশেষাধিকাৰ প্ৰভৃতি। ১৯৫। সদস্যসকলৰ বেতন আৰু ভাত্তা। বিধান প্ৰক্ৰিয়া ১৯৬। বিধেয়ক উত্থাপন আৰু পাৰিত কৰণ সম্বন্ধে উপবন্ধাৱলী। ১৯৭। ধন সম্পৰ্কীয় বিধেয়কৰ বাহিৰে অন্য বিধেয়কৰ ক্ষেত্ৰত বিধান পৰিষদৰক্ষমতাৰ ওপৰত নিবন্ধন। ১৯৮। ধন সম্পৰ্কীয় বিধেয়কৰ সম্বন্ধত বিশেষ প্ৰক্ৰিয়া। ধন সম্পৰ্কীয় বিধেয়কৰ পৰিভাষা। ২০০। বিধেয়কত সন্মতি প্ৰদান। ৬৭ ২০১। বিচৰাৰ্থে ৰক্ষিত বিধেয়ক সমুহ। বিত্তীয় বিষয় সম্পৰ্কে প্ৰক্ৰিয়া। ৬৭ ২০২। বাৰ্ষিক বিত্তীয় বিবৰণ। ২০৩|| বিধান মণ্ডলত প্ৰাককলন সম্পৰ্কীয় প্ৰক্ৰিয়া। ৬৮ ২০৪। বিনিয়োজন বিধেয়ক। ২০৫। অনুপূৰক, অতিৰিক্ত অথবা ওপৰঞ্চি অনুদানসমূহ। ২০৬। লেখানুদান, ঋণ অনুদান আৰু ব্যতিক্ৰমী অনুদান! ২০৭। বিত্তীয় বিধেয়ক সম্পৰ্কে বিশেষ উপবন্ধাৱলী। ৬৪ ৬৭