পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান দ্বাদশ ভাগ —বিত্ত, সম্পত্তি, সংবিদা.আৰু বাদসমূহ -অনুচ্ছেদ ২৬৯২৭১ ১ [৩) কোনো ২ [ বস্তুৰ বিক্ৰয় বা ক্ৰয় বা চালান 1 কেতিয়া অৰাজ্যিক বেপাৰ বা বাণিজ্যৰ অনু ক্ৰমত হয় সেইটো অৱধাৰণ কৰিবৰ কাৰণে সংসদে বিধিৰ দ্বাৰা নীতি সূত্ৰিত কৰিব পাৰে। ] ২৭০l.(১) কৃষি-আয় ভিন্ন অন্য আয়ৰ ওপৰত লগোবা কৰ ভাৰত চৰকাৰৰ দ্বাৰা, সংঘৰ ৰা আৰোপিত আৰু সংগৃহীত হব আৰু খণ্ড (২) ত উপবন্ধিত কৰা নীতি অনুসৰি সংঘ আৰু ৰাজ্য আৰোপিত আৰু সমূহৰ মাজত বিতৰণ কৰা হব। সংগৃহীত আৰু সংঘ আৰু (২) যিকোনো বিত্তীয় বছৰত, ° [ সংৰ ৰাজ্য ক্ষেত্ৰ সমুহৰ পৰা হোবা আগম অথবা সংঘৰ উপলব্ধিৰ সম্বন্ধত দিবলগীয়া কৰ বুলি দেখুৱা আগমৰ বাহিৰে এনেকুৱা কৰৰ ৰাজ্যসমূহৰ মাজত বন্টিত পৰা হোৱা শুদ্ধ আগমৰ যথাবিহিত ৪ শতকৰা ভাগ ভাৰতৰ সঞ্চিত নিধিৰ অংশ বিশেষ নহৰ, কিন্তু যি ৰাজ্যৰ ভিতৰত সেই বছৰত সেই কৰ আৰোপণীয় হয় সেই ৰাজ্য সমুহত কৰসমূহ। অৰ্পিত হব, আৰু তাক সেই ৰাজ্যসমূহৰ মাজত যথাবিহিত ৰীতি অনুসৰি আৰু যথা বিহিত সময়ৰ পৰা বিতৰণ কৰা হব। (৩) খণ্ড (২) ৰ প্ৰয়োজনৰ বাবে প্ৰতি বিত্তীয় বছৰতে আয়ৰ ওপৰত লগোবা কৰৰ শুদ্ধ আগমৰ যিথিনি সংঘৰ উপলব্ধিৰ সম্বত দিবলগীয়া, হোৱা কৰ শুৰ আগম বুলি নেদেখুবায় সেই খিনিৰ শতকৰা যথা বিহিত ভাগ [ সংঘ ৰাজ্যক্ষেত্ৰ সমূহৰ পৰা পোবা আগম বুলি গণ্য কৰা হব।

(৪) এই অনুচ্ছেদত - (ক) আয়ৰ ওপৰত কৰা বুলিলে কোনো নিগম-কৰক অন্তৰ্গত নকৰে; (খ) “বিহিত' মানে— (i) কোনো বিত্ত-আয়োগ গঠিত নোহাৱা পৰ্য্যত পভিয়ে আদেশৰ ৰা বিহিত কৰ, আৰু (ii) কোনো বিত্ত-আয়োগ গঠিত হোৱাৰ পিচত বিত্ত-আয়োগৰ চুপাৰিছ সমুহ বিবেচনা কৰি বাইপতিয়ে আদেশৰ দ্বাৰা বিহিত কৰা; (গ) সংঘৰ উপলব্ধিৰ অন্তৰ্গত হৰ ভাৰতৰ সঞ্চিত নিধিৰ পৰা দিবলগীয়া এনে সকলোবোৰ উপলব্ধি আৰু অবসৰ বেতন, যাৰ সম্বন্ধত আয়-কৰ আৰোপিত হব পাৰে। ২৭১ অনুচ্ছেদ, ২৬৯ আৰু ২৭০ত যি কোনো কথা থকা সত্ত্বেও, সংসদে যিকোনো সংঘৰ বাবে সময়তে সেই অনুচ্ছেদ নিৰ্দেশিত যিকোনো শুদ্ধ বা কৰ সংঘৰ বাবে অধিভাৰ লগাই কেতবোৰকৰ বৃদ্ধি কৰিব পাৰে আৰু এনে যিকোনো অধিভাৰৰ সমগ্ৰ আগম ভাৰতৰ সঞ্চিত নিধিৰ ভাগ বিশেষ হব। ওপৰত লগোৱা অধিভাৰ। ১ সংবিধান (ষষ্ঠ সংশোধন) অধিনিয়ম, ১৯৫৬ৰ ধাৰা ৩ৰ দ্বাৰা অন্তঃস্থাপিত। ২ 'সংবিধান (যটচৰিংশ সংশোধন) অধিনিয়ম, ১৯৮২ৰ ধাৰা ৰ দ্বাৰা প্ৰতিষ্ঠাপিত। ৩ সংবিধান (সপ্তম সংশোধন) অধিনিয়ম, ১৯৫৬ ২, ধাৰা আৰু অনুসূচীৰ দ্বাৰা প্ৰথম:অনুসূচীৰ গ ভাগত নিৰ্দিষ্ট ৰাজ্যসমূহৰ পৰিবৰ্তে প্ৰতিষ্ঠাপিত। ৪। সংবিধান ৰাজহ বিভৰণ) আদেশ, ১৯৭৯ (সংআঃ ১৯২ দ্ৰষ্টব্য।