পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৪ ভাৰতৰ সংবিধান দ্বাদশ ভাগ বিত্ত, সম্পত্তি, সংবিদা আৰু বাদসমূহ অনুচ্ছেদ ২৭২-৭৫ সংঘৰছাৰ ২৭২ সংঘ-সূচীত উল্লিখিত ঔষধীয় আৰু প্ৰশাধনীয় দ্ৰব্যত লগোৱা উৎপাদন শুষ্ক আৰোপিত আৰু বাহিৰে সংঘৰ উৎপাদন শুদ্ধ ভাৰত চৰকাৰৰ দ্বাৰা আৰোপিত আৰু সংগৃহীত হয়, কিন্তু যদি সংগৃহীত হোৱা আৰু সংসদে বিধিৰ দ্বাৰা এনে উপবন্ধ কৰে তেনেহলে যিবিলাক ৰাজ্যলৈ শুষ্ক আবোপণকাৰী বিধি বিস্তৃত হয় সেই বিলাক ৰাজালৈ ভাৰতৰ সঞ্চিত নিধিৰ পৰা সেই উত্তৰ শুদ্ধ আগমৰ সমগ্ৰ সংঘ আৰু বা কোনো অংশৰ সমপৰিমাণ ধনবাশি দিয়া সুৰ আৰু সেই ধনৰাশি উক্ত ৰাজ্যসমূহৰ মাজত ৰাজ্যসমূহৰ মাজত এনে বিধিৰ দ্বাৰা যথা সূত্ৰিত কৰা বিতৰণ নীতি অনুসৰি ভাগ কৰি দিয়া হব। ভগাই দিব পৰা এনে ধৰণৰ কৰ। মৰাপাট আৰু ২৭৩ (১) মৰাপাট আৰু মৰাপাটৰ পৰা উৎপন্ন বস্তুৰ ওপৰত বপ্তানি শুল্ক প্ৰত্যেক বছৰৰ শুদ্ধ আগষব কোনো অংশ অসম, বিহুৰ উৰিষ্যা আৰ পশ্চিম বঙ্গ ৰাজ্যক অৰ্পণ মৰাপাটৰ পৰা কৰাৰ পৰিবৰ্তে সেই ৰাজ্য সমূহৰ বাবে ৰাজস্বব সাহায্য-অনুদানৰ ৰূপত প্ৰত্যেক বছৰে উৎপন্ন বস্তুৰ ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত এনে ধনবাশি ভাৰিত হব যিটোনেকি বিহিত কৰা হয়। ৰপ্তানি শুল্ক পৰিবৰ্তে (২) যেতিয়ালৈকে মৰাপাট আৰু তাৰ পৰা উৎপন্ন বস্তুৰ ওপৰত কোনো ৰপ্তানি গুৰু ভাৰত চৰকাৰৰ দ্বাৰা আৰোপিত হৈ থাকিব অথবা এই সংবিধান কাৰ্যকৰী হোৱাৰ পৰা অনুদান। দহ বছৰ পাৰ নোহোৱা পৰ্যন্ত এই দুই বিকল্পৰ যিটোবেই আগধৰি হব, তেতিয়ালৈকে এই দৰে বিহিত ধনবাশি ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত হৈয়েই থাকিব। (৩) এই অনুচ্ছেদ 'বিহিত পদৰ অৰ্থ অনুচেছদ ২৭০ত থকা এই পদৰ অৰ্থৰ সৈতে একে হুব। ৰাজ্যসমূহৰ স্বাৰ্থ ২৭৪৷ ১) কোনো বিধেয়ক বা সংশোধন, যি ৰাজ্য সমূহৰ স্বাৰ্থ সংশ্লিষ্ট কোনো কৰ বা শুষ্ক আৰোপ ৰা পৰিবৰ্ত্তন কৰে, অথবা যি ভাৰতীয় আয়-কৰ সম্পৰ্কীয় অধিনিয়ম সমূহৰ সংশ্লিষ্ট থকা ৰুৰৰ প্ৰয়োজনৰ বাৰে পৰিভাষিত “কৃষি-আয়” বোলা পদাবলীৰ অৰ্থ পৰিবৰ্ত্তন কবে, অথবা যি এই ওপৰত প্ৰভাৱ অধ্যায়ৰ পৰঞ্জী উপবন্ধ সমূহৰ যি কোনোটোৰ অধীনত ৰাজ্য সমূহৰু ধন ভাগ কৰি দিয়া, পেলোবা বিধেয়ক বা দিব পৰা নীতি সমূহক প্ৰভাবিত কৰে, অথবা যি সংঘৰ প্ৰয়োজনৰ বাবে এই অধ্যায় বিলাকত ৰাষ্ট্ৰপতি পূৰ্ববৰ্তী উপবধা সমূহত উল্লিখিত এনে কোনো অধিভাৰ আৰোপণ কৰে, তেনে বিধেয়ক বা পূৰ্ব চুপাৰিছ। সংশোধন সংসদৰ কোনোটো সদনতে ৰাষ্ট্ৰপতিৰ পূৰ্ব চুপাবি বিনা উত্থাপিত বা প্ৰস্তাবিত কবিৰ নোবাবিব। (২) এই অনুচ্ছেদত্ত, প্ৰাজ্য সমূহৰ স্বাৰ্থ সংশ্লিষ্ট কৰ ৰা গুৰু কথাফাকি অৰ্থ— (ক) কোনো কৰ বা শুল্ক যাব শুদ্ধ আগমৰ সমগ্ৰ বা অংশ বিশেষ কোনো বাজাত অৰ্পিত হয়; অথবা (খ) কোনো কৰ বা শুষ্ক যাৰ শুদ্ধ আগমৰ প্ৰতি লক্ষ্য ৰাখি কোনো ৰাজ্যক ভাৰতৰ সঞ্চিত নিধিৰ পৰা সাময়িক ভাবে ধনৰাশি দিবলগীয়া হয়। কিছুমান ৰাজ্যলৈ সংঘৰ পৰা অনুদান। ২৭৫ (১) এনে ধনবাশি যিবিলাকনেকি সংসদে বিধিৰ দ্বাৰা উপবন্ধিত কৰে এনেবিলাক ৰাজ্যৰ ৰাজস্বৰ সাহায্য-অনুদান ৰূপে প্ৰতিবছৰে ভাৰতৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত হব, যিবিলাক ৰাজ্যক সংসদে সহায়তাব আবশ্যকতা থকা বুলি নিৰ্ধাৰিত কৰে, আৰু ভিন ভিন ৰাজ্যৰ বাবে ভিন ভিন ধনৰাশি নিয়ত কৰিব পাৰে। পৰস্তু, ভাৰতৰ সঞ্চিত নিধিৰ পৰা কোনো ৰাজ্যৰ ৰাজস্ব সাহায্য অনুদান ৰূপে এনে মূলধন আৰু আবৰ্ত্তক ধনবাশি দিয়া হব যিখিনি সেই ৰাজক এনেকুবা বিলাক বিকাশ যোজনাৰ খৰচ বহন কৰিবৰ কাৰণে সমৰ্থবান কৰিবলৈ আবশ্যক হয় যিবিলাক যোজনা সেই ৰাজ্যৰ অনুসূচিত জনজাতি সকলৰ কল্যাণ বৰ্দ্ধনৰ প্ৰয়োজনৰ বাবে অথবা সেই ৰাজ্যৰ অনুসূচিত ক্ষেত্ৰৰ প্ৰশাসনীয়, মান সেই ৰাজ্যৰ বাকী অঞ্চলৰ সমপৰ্যায়লৈ উন্নীত কৰাৰ প্ৰয়োজনৰ বাবে ভাৰত চৰকাৰৰ অনুমোদন জমে সেই ৰাজ্যখনে হাতত লয় ঃ . অধিকন্তু, ভাৰতৰ সঞ্চিত নিধিৰ পৰা অসম ৰাজ্যক ৰাজস্বৰ সাহায্য-অনুদান ৰূপে এনে মূলধন আৰু আবৰ্ত্তক ধনৰাশি দিয়া হব, যাৰ পৰিমাণ