পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

bb ভাৰতৰ সংবিধান . অষ্টম ভাগ-সংঘ ৰাজ্যক্ষেত্ৰ সমুহ -অনুচ্ছেদ ২৪০ [ (খ) লাক্ষা দ্বীপ;) ২[ (গ) দা আৰু নগৰ হাৱেলী; ] [(ঘ) গোৱা, দমন আৰু দিউ; ] [ (ঙ) পণ্ডীচেৰী;]

  • [*

এই সংঘ ৰাজ্যক্ষেত্ৰ সমূহৰ শান্তি উন্নতি আৰু সুশাসনৰ বাবে বিনিয়ম প্ৰণয়ন কৰিব পাৰে ঃ ১। লাক্ষাদ্বীপ,মিনিকয় আৰু আমিনদীৱি দ্বীপপুঞ্জ (নাম সলনি) অধিনিয়ম, ১৯৭৩ ৰ (১৯৭৩ ৰ৩৪) ধাৰা ৪ ৰ দ্বাৰা (খ) লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদীৱি দ্বীপপুঞ্জৰ পৰিৱৰ্ত্তে প্ৰতিষ্ঠাপিত (১-১১-৭৩ তাংৰ পৰা)। ২। সংবিধান (দশম সংশোধন) অধিনিয়ম, ১৯৬১ ৰ ৩ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। ৩| সংবিধান (দ্বাদশ সংশোধন) অধিনিয়ম, ১৯৬২ ৰ ৩ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত। ৪। সংবিধান (চতুৰ্দশ সংশোধন) অধিনিয়ম, ১৯৬২ ৰ ৫ আৰু ৭ ধাৰাৰ দ্বাৰা অন্তঃস্থাপিত (১৬-৮-৬২ তাং ৰ পৰা)। ৫। সংবিধান (সপ্তবিংশ সংশোধন) অধিনিয়ম, ১৯৭১ ৰ ধাৰা ৪ ৰ দ্বাৰা (১৫-২-১৯৭২ ৰ পৰা প্ৰভাৱী হোৱাকৈ)। প্ৰবিষ্টি (চ) আৰু (ছ) ক অন্তঃস্থাপিত কৰা হৈছে আৰু ইয়াৰ মিজোৰাম ৰাজ্য আধিনিয়ম, ১৯৮৬ ৰ ৩৪) ৰ ধাৰা ৩৯ ৰ দ্বাৰা (২০-২-১৯৮৭ ৰ পৰা প্ৰভাৱী হোৱাকৈ) তথা অৰুণাচল প্ৰদেশ ৰাজ্য অধিনিয়ম, ১৯৮৬ (১৯৮৬ ৰ ৬৯) ৰ ধাৰা ৪২ ৰ দ্বাৰা (২০-২-১৯৮৭ ৰ পৰা প্ৰভাৱী হোৱকৈ) ক্ৰমশঃলোপ কৰা হৈছে।