পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান ৮৭ অষ্টম ভাগ সংঘ বাজ্যক্ষেত্ৰ সমূহ - অনুচ্ছেদ ২৩৯ খ -২৪০ (৩) যদি আৰু যি পৰ্য্যন্ত, এই অনুচ্ছেদৰ অধীনত প্ৰখ্যাপিত কোনো অধ্যাদেশত এনে কোনো উপবন্ধ কৰে যিটো নেকি অনুচ্ছেদ ২৩৯ক ৰ খণ্ড (১) ত উল্লিখিত এনে কোনো বিধিত সেই মৰ্মে অন্তষ্টিউপবন্ধ সমূহঅনুপালন পূৰ্বকৰা হোৱা সংঘ ৰাজ্যিক্ষেত্ৰৰ বিধান মণ্ডলৰ কোনো অধিনিয়মত অধিনিয়মিত হ'লে বৈধ নহয় তেনেহ'লে সেই পৰ্য্যন্ত সেই অধ্যাদেশ বাতিল হ’ব। [*

  • ]

২৪০।(১) ৰাষ্ট্ৰপতিয়ে কোনো কোনো সংঘ বাজ্য ক্ষেত্ৰৰ বাবে বিনিয়ম প্ৰণয়ন কৰিবলৈ ৰাষ্ট্ৰপতি ক্ষমতা। (ক) আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ;

১। খণ্ড (৪) সংবিধান (অষ্টত্ৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ৰ ধাৰা ৪ ব দ্বাৰা (ভূতলক্ষী প্ৰভাৱেৰে) অন্তঃস্থাপিত কৰা হৈছিল, কিন্তু সংবিধান (চতুঃচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৫ ৰ ধাৰা ৩২ ৰ দ্বাৰা লোপ কবা হ'ল। (২০-৬-৭৯ তাংৰ পৰা)।