পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অনুচ্ছেদ পৃষ্ঠা ১৩৪ ক। উচ্চতম ন্যায়ালয়ত আপীলৰ বাবে প্ৰমাণ পত্ৰ। ৪৭ ১৩৫। বৰ্তমান বিধিৰ অধীনত থকা ফেডাৰেল ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰ আৰু ক্ষমতা উচ্চতম ন্যায়ালয়ৰ দ্বাৰা প্ৰয়োগ যোগ্য। 89 ১৩৬। আপীল কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা বিশেষ অনুমতি প্ৰদান। 84 ১৩৭ | উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিৰ্ণয় অথবা আদেশৰ পুনৰ্বিলোকন। 8b ১৩৮ | উচ্চতম ন্যায়ালয়ৰ ক্ষেত্ৰাধিকাৰৰ সম্প্ৰসাৰণ। ৪৮ ১৩৯। কিছুমান লেখ জাৰি কৰাৰ কাৰণে উচ্চতম ন্যায়ালয়ৰ ওপৰত ক্ষমতা প্ৰদান। ৪৮ ১৩৯ক। কোনো কোনো মোৰ্কদ্দমা হস্তান্তৰকৰণ'। ১৪০। উচ্চতম ন্যায়ালয়ৰ আনুষঙ্গিক ক্ষমতাসমূহ। 8b ১৪১। উচ্চতমন্যায়ালয়ৰ দ্বাৰা ঘোষিত বিধি সকলোন্যায়ালয়ৰ বাবে অৱশ্য পালনীয় ৪৮ 86 ৪৯ } ৪৯ ৪৯ ৪৯ ১৪২। উচ্চতম ন্যায়ালয়ৰ ডিক্ৰী আৰু আদেশ আৰু আবিষ্কাৰ আদি সম্বন্ধে আদেশৰ বলবৎকৰণ। ১৪৩। উচ্চতম ন্যায়ালয়ৰ লগত পৰামৰ্শ কৰিবলৈ ৰাষ্ট্ৰপতিৰ ক্ষমতা। ১৪৪। চিভিল আৰু ন্যায়িক প্ৰাধিকাৰী সকলে উচ্চতম ন্যায়ালয়ৰ সহায়ক ৰূপে কাৰ্য্য কৰিব। ১৪৪ ক। এ নিৰসিত ] ১৪৫ | ন্যায়ালয়ৰ নিয়ম আদি। ১৪৬ | উচ্চতম ন্যায়লায়ৰ পদাধিকাৰী আৰু সেৱকসকল আৰু ব্যয়সমূহ। ১৪৭ | নিৰ্বচন। পঞ্চম অধ্যায় ভাৰতৰ নিয়ন্ত্ৰক-মহালেখা পৰীক্ষক ১৪৮। ভাৰতৰ নিয়ন্ত্ৰক মহালেখা পৰীক্ষক। ১৪৯। নিয়ন্ত্ৰক মহালেখা পৰীক্ষকৰ কৰ্তব্য আৰু ক্ষমতাসমূহ। ১৫০। সংঘ আৰু ৰাজ্যবোৰৰ লেখাৰ প্ৰপত্ৰ। লেখা পৰীক্ষা প্ৰতিবেদন। ষষ্ঠ ভাগ ৰাজ্যসমূহ প্ৰথম অধ্যায় – সাধাৰণ ১৫২। পৰিভাষা। দ্বিতীয় অধ্যায় –কাৰ্যপালিকা ৰাজ্যপাল ১৫৩। ৰাজ্যসমূহৰ ৰাজ্যপালসমূহ। ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতা। ১৫৪।