পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

CU ৫৪ .8 ৫৪ (8 ৫৪ ce [ জ] অনুচ্ছেদ পৃষ্ঠা ১৫৫। ৰাজ্যপালৰ নিযুক্তি। ৰাজ্যপালৰ পদাৱধি। ১৫৭। ৰাজ্যপাল ৰূপে নিযুক্ত হোৱাৰ অৰ্হতাসমূহ। ৰাজ্যপালৰ পদৰ চৰ্তসমূহ। ১৫৯। ৰাজ্যপালৰ শপত গ্ৰহণ বা প্ৰতিজ্ঞান। ১৬০। কিছুমান আকস্মিক ক্ষেত্ৰত ৰাজ্যপালৰ কৃত্য নিবহন। ১৬১। কিছুমান গোচৰত ক্ষমা আদি প্ৰদান কৰিবলৈ আৰু দণ্ডাদেশ নিলম্বিত, পৰিহাৰ বা লঘু কৰিবলৈ ৰাজ্যপালৰ ক্ষমতা। ১৬২। ৰাজ্যৰ কাৰ্যপালিকা ক্ষমতাৰ বিস্তৃতি। মন্ত্ৰী পৰিষদ ১৬৩। ৰাজ্যপালক সহায়তা কৰিবলৈ আৰু মন্ত্ৰণা দিবলৈ মন্ত্ৰী পৰিষদ। ১৬৪। মন্ত্ৰীসকল সম্বন্ধীয় অন্যান্য উপবন্ধসূহ। ৰাজ্যৰ মহাধিবক্তা ১৬৫। ৰাজ্যৰ মহাধিবক্তা। চৰকাৰৰ কাৰ্য্য পৰিচালনা ১৬৬। ৰাজ্য চৰকাৰৰ কাৰ্য্য পৰিচালনা। ১৬৭। ৰাজ্যপালক সংবাদ জ্ঞাত কৰা আদি বিষয়ত মুখ্যমন্ত্ৰীৰ কৰ্ত্তব্য। তৃতীয় অধ্যায় -বিধান মণ্ডল সাধাৰণ ১৬৮। ৰাজ্যসমূহত বিধান মণ্ডল গঠন। ১৬৯। ৰাজ্যসমূহত বিধান পৰিষদ বিলোপন বা সৃষ্টিকৰণ। ১৭০। বিধান সভাসমূহৰ গঠন। ৫৭ ১৭১। বিধান পৰিষদৰ গঠন। ৫৮ ১৭২। ৰাজ্যৰ বিধান মণ্ডলৰ কালাৱধি। ১৭৩ | ৰাজ্যৰ বিধান মণ্ডলৰ সদস্যতাৰ বাবে অহতাসমূহ। ১৭৪। ৰাজ্যিক বিধান মণ্ডলৰ অধিবেশন, সত্ৰাৱসান আৰু বিঘটন। ১৭৫| সদনত নাইবা উভয়সদনত অভিভাষণ দিবলৈ আৰু বাণী পঠাবলৈ ৰাজ্যপালৰ অধিকাৰ। ৰাজ্যপালৰ দ্বাৰা বিশেষ অভিভাষণ। ১৭৭। সদনৰ সম্পৰ্কত মন্ত্ৰীসকলৰ আৰু মহাধিবক্তাৰ অধিকাৰ। ৰাজ্যিক বিধান মণ্ডলৰ পদাধিকাৰীসকল ১৭৮ | বিধান সভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ। ৬০ ১৭৯। অধ্যক্ষ আৰু উপাধ্যক্ষৰ পদৰ ৰিক্ততা, পদত্যাগ আৰু পদৰ পৰা অপসাৰণ। ১৮০। অধ্যক্ষৰূপে কাৰ্য্যচলাবলৈ বা সেই পদৰ কৰ্তব্যপালন কৰিবলৈ উপাধ্যক্ষৰ বা আন ব্যক্তিৰ ক্ষমতা। ৬০ ১৮১। পদৰ পৰা অপসাৰণ কৰাৰ প্ৰস্তাৱ বিচাৰাধীন হৈ থকা কালত অধ্যক্ষই নাইবা উপাধ্যক্ষই সভাপতিত্ব নকৰিব। ৫৭ ১৭৬। ৬০