পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

[চ] অনুচ্ছেদ পৃষ্ঠা ৩৭ ৩৮ ৩৮ Ub 80 বিধান প্ৰক্ৰিয়া ১০৭। বিধেয়ক উত্থাপন আৰু পাৰিতকৰণ সম্বন্ধীয় উপবন্ধাৱলী। ৩৬ ১০৮। কোনো কোনো অৱস্থাত উভয় সদনৰ যুটীয়া বৈঠক। ১০৯। ধন সম্পৰ্কীয় বিধেয়কৰ সম্বন্ধত বিশেষ প্ৰক্ৰিয়া। ১১০। ধন সম্পৰ্কীয় বিধেয়কৰ পৰিভাষা। ১১১। বিধেয়কত সন্মতি প্ৰদান। বিত্তীয় বিষয় সম্পৰ্কে প্ৰক্ৰিয়া ১১২। বাৰ্ষিক বিত্তীয় বিৱৰণ। ১১৩। সংসদত প্ৰাক্কলন সম্পৰ্কীয় প্ৰক্ৰিয়া। ১১৪। বিনিয়োজন বিধেয়ক। ১১৫ | অনুপূৰক, উৰুৱা অথবা অতিৰিক্ত অনুদান। ১১৬। লেখা অনুদান, ঋণ অনুদান, ব্যতিক্ৰমী অনুদান। ১১৭। বিত্তীয় বিধেয়ক সম্পৰ্কে বিশেষ উপবন্ধাৱলী। ৪১ প্ৰক্ৰিয়া সাধৰণতঃ ১১৮। প্ৰক্ৰিয়াৰ নিয়মাবলী। ৪১ ১১৯। সংসদৰ বিত্তীয় কাৰ্য সম্বন্ধীয় প্ৰক্ৰিয়াৰ বিধিৰ দ্বাৰা বিনিয়মন। ৪১ সংসদত প্ৰয়োগ হ'বলগীয়া ভাষা। ১২১। সংসদত আলোচনাৰ ওপৰত নিৰ্বন্ধন। ৪২। ১২২। সংসদৰ কাৰ্য্যবাহীৰ সম্পৰ্কত ন্যায়লয়ে পৰিপৃচ্ছা নকৰিব। ৪২ তৃতীয় অধ্যায় -বাষ্ট্ৰপতিৰ বিধায়নী ক্ষমতা সংসদৰ বিশ্ৰান্তি কালত ৰাষ্ট্ৰপতি অধ্যাদেশ প্ৰখ্যাপন কৰাৰ ক্ষমতা। ৪২ চতুৰ্থ অধ্যায় -সংঘৰ ন্যায় পালিকা ১২৪ | উচ্চতম ন্যায়ালৰ স্থাপন আৰু গঠন। ৪৩ ন্যায়ধীশসকলৰ বেতন আদি। ১২৬। কাৰ্যকাৰী মুখ্য ন্যায়াধিপতিৰ নিযুক্তি। 88 তদৰ্থ ন্যায়াধীশৰ নিযুক্তি। 88 ১২৮! অবসৰ প্ৰাপ্ত ন্যায়াধীশৰ উচ্চতম ন্যায়ালয়ৰ বৈঠকত উপস্থিতি। ৪৫ উচ্চতম ন্যায়ালয় অভিলেখ ন্যায়ালয় হ'ব। 8C ১৩০ | উচ্চতম ন্যায়ালয়ৰ স্থান। উচ্চতম ন্যায়ালয়ৰ প্ৰাৰম্ভিক ক্ষেত্ৰাধিকাৰ। ১৩১। ( নিৰসিত ] ১৩২। কিছুমান গোচৰত উচ্চ ন্যায়ালয়ৰ পৰা হোৱা আপীলত উচ্চতম ন্যায়ালয়ৰ আপীল সম্বন্ধীয় ক্ষেত্ৰাধিকাৰ। ১৩৩। উচ্চ ন্যায়ালয়ৰ পৰা চিভিল বিষয়ক আপীলত উচ্চতম ন্যায়ালয়ৰ আপীল সম্বন্ধীয় ক্ষেত্ৰাধিকাৰ। ৪৬ '১৩৪। দণ্ড সম্বন্ধীয় বিষয়ত উচ্চতম ন্যায়ালয়ৰ আপীল সম্বন্ধীয় ক্ষেত্ৰাধিকাৰ। 88 8€ 87 8 ৪৬