পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

98 ফুকনে কাজলি তো সেই ঠাইফে আহিৰ; এই কৰা শিল্পে আমালৈ নাই পাবি। সত্ৰানিতে বোলে এক দিন আমিয়ে আম। এই ভেলয়ে বড় ফুকনলৈ জনাই পঠালে। পাছে বড় সত্ৰাজিক মুখিয়া যত ফুকন, মাজখোৱা, ধৰাৰ চাও। হাজৰিকিয়া সবাকে লগত লৈ উমান বালিত বহিল গৈ। সত্ৰাজিতো সুয়ালকুচিৰ পৰা তিনি কুৰি বাচক নাৱৰে আহি দেখা দেখি হুই ফুকনেৰে একে তলিচাতে বহি কথা হুইচে। বড়ফুকনে সত্ৰাজিতলৈ সোন একসে, ফোতা এশ খন, থঙ্গা ডেৰকুৰি, কলিয়া পটিয়া দুকুৰি, গন্ধ সাতোটা; পাছে সত্ৰাজিতেও দিলে দলিচা কুৰি থল, লাহৰি কুৰি খল, পামৰি দুকুৰি ধন, তাও দুকুৰি, পোল দুকুৰি যিধৰ। ফুকন, বাজখোৱা, সত্ৰাজিতক ধৰিবলৈ বড়ফুকনক কলত বদলে আজি যাওক, আন দিনলৈ ধৰিম। এই বুলি গুচি আহিল, সত্ৰাজিতে গল। পাছে ঢাকাৰ নবাব হবিবঞ্চাৰ সোনাৰী মুলৈ। আগত সোনালি মুদৈ বলে মহাৰাৰে টকাৰ নষকে একলাস এক প্ৰতি কৰাও। এই বুলি এক লেখা দি বাজিত থাক, গোপালক পঠাই দিলে। সোনাৰী মুদৈৰ লগত সদোষ দিলে; সোমাৰ মাকৰা হাতি বতৰ পিড়া এখৰ, তাও, মুক্তা, পোয়ল। পাছে সোনাৰি মুলৈ বঙালৰ কটকিক কুৰুৱাতে থৈ, কাজলিত লাঙি ফুকনত জনালেগৈ। সত্ৰাজিতেও সাতিত কৈ বড়যুকলৈ জনাই পঠালে বোল ঢাকাৰ নবাব কটকি আহিলে তোমাৰ আমাৰ পৃতি কিপে ৰহিব; ঢাকা নবাবৰ কটকি কেনেকৈ জাবলৈ আপাই তেমত কৰিব। পাছে সঞ্জাতিকে বড় ফুকনৰ ভায়েক লোম ডেকাকে এই কথাৰে বড় ফুকনে মহাৰাজলৈ নাই পঠালে। বলে শোনাৰি মুলৈ ঢাকালৈ কথা চলাই, কালৰ আগত আমাৰ মদে বাৰ্তা কৈ মহাৰাজাৰ লগত ঢাকা নবাষৰ প্ৰিতি কৰাম বুলি উকিল পত্ৰ নিয়ে।