পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

90 তাত পাছে মামোৰ বেটা মধুমিয়কক, ধৰ্ম বা বোলে, তোক আজ পাতিব দিলো। তুই স্বজু কৰিলি কিয়, এই দায় ধৰি গল মুচৰি মাৰিলে। পাছে পুত্ৰৰ মৃত্যু অনি কোনোখাশ মাগো গোবিন্দ। কৰে বুলি, লুকিৰ পৰা নাহে। মামো গোবিন্দে মহাৰাজাৰ আজ্ঞায়ে কৰৈবাড়ি পৰ্যন্ত স্বাক্ষ্য পাই আছে; আমাৰ সঙ্গে কথা বঙালত কৈছিল, বঙালৰো কথা ফুকনত কৈছিল। মহা- ৰাঙ্গায় মামো গোবিক মাতি পঠাই তথাপি নাহে। মামু গোবিন্দ মহাৰাজাত হাৰাম খুবি হল, তা সত্ৰাক্সিতে জানিলে; তেবে সত্ৰাজিতে কটকিত কৰি পত্ৰ দি পঠালে বোলে মহাৰাঙ্গায়ে যদি মোক আজ্ঞা কৰে, মামো গোবিন্দক ধৰি নাওৰ গুড়া পিৰিত বান্ধি দি পঠাম; জিহেতু সত্ৰাজিতৰ ভটিজাক ইন্দ্ৰনানক পূৰ্বে মামো গোবিলে মাৰিছে। পাছে মহাৰাজা ৰত্ন কলিক, জাবৰক একাদহক ততকালে পঠালে বোলে মামোক পালেহে আহিবি। পাছে সত্ৰাজিতে পচিমে মামোক বেঢ়িলে, পুবে আহোমে বেঢ়িলে; পাছে মামো ভাগি বঙাললৈ গল। পাছে সত্ৰাজিতে মামোক ধৰি বঙাললৈ টকালৈ দি পঠালে। আহোমক নেদিলে আব্দুল ইমামক ভয়ে। আমাৰ কটকি আহি দেৱতাক কলত এই কথা সুমি দেৱতাৰ মনত লাগি থাকিল। তাত পাচ্ছে কতো দিন অন্তৰে মহাৰাঙ্গা লালি ফুকনক আজ্ঞা কৰিলে। বলে জেনেকৈ পাৰে উপাই কৈ সত্ৰাজিতক ধৰি দিয়ক। ভেলায়েৰে কথা দুই পায়ে লাঙি ফুকনে ভেলাইক বুলিলে; তঞি জেনেকৈ পাৰ তেনেকৈ সত্ৰাজি- তক আন, আমি এৰে কথা হবলৈ বুলি; যদি আহে আমালৈ বাৰ্তা জনাৰি। আমিও সাম হুই যাম উমানন্দ বালিলৈকে। পাছে ভোলায়ে গৈ বৃড় ফুকনৰ আজ্ঞা সত্ৰাঞ্জিত ফলে বোলে ভাই শৰাৰেৰে দেখা দেখিতে নোঠে; আৰু বৰলে জঙ্গি আছে আমিএৰে কথা বাৰ্তা হবলৈ, আমিও উনাৰ বালিলৈকে আম।