পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খুশি শশী দেবতা আ ইলেহে আলিব পাই। পাছে মহাৰাজা ফেলে সি বেপাখি, বেপাৰ কাম কৰিব। মোৰ সঙ্গে কথাকৈ কেনেকৈ উকিল পত্ৰ আনিব। এই দায় খৰি সোনাৰি মুদৈক, জয়হৰি মুদৈক, নবি মুদৈক তিমিকো কাটিলে। তাৰ লগৰ একুৰি শান পাইককা কাটিলে। কুৰুআৰ পৰা কলা পতুৱাৰ সুৰ বান্ধি উটালে। ৰঙালৰ কটকিকো ওলটাই পঠালে। পাছে মুদৈৰ ভাইপোৱে মহাৰাজাত কলে, মুক্তা পোয়ালো দেখালে। এই বস্তু ফুকনক নেদি মহাৰাজলৈ আনিলো এতেকেহে গোচৰ দি ৰালে। পাছে মহাৰাঙ্গা নিলে। ধৰ্ম্মৰাজাত জগৰ লাগিবৰ কাৰনে হে ফুকনে মামো পোবিক্ষক লুকিলে পঠাই দিলে; সত্ৰাজিকো ধৰি আনিব পাৰিলে হতে; মিত্ৰৰ কাৰনে হে নবিলে, আৰু কাৰ নবাবেও মোন কোহৰ মুখত হাট বাট কৰা বুলি বিহুৰ বস্তু জাত দি উকিল পঠালে। এনে কথা নকৈ আন কথা কেনেকৈ কয়; ফুকনে জি কথাৰে কটকি আহিল, তাকেহে কব পায়। এই দায়তে লাঙি ফুকনক, পোৱালি লাঙি ডেকাক, লাঙি ফুংজাক খাব নেদি মাৰিলে। তাত পাছে তা, অভয় পুৰিয়া নেওগক ফুকন পাতি বলে। এওঁ ফুকনৰ দিনৰ বুদ্ধৰ কথা। মামোৰ পৰা অভয় পুৰিয়া তিতাক তুলি জাখেনিলৈ নিলে আৰু বালৰ দুই চাৰি মানুহ কাটে; এই কথা সত্ৰাজিতে মহাজালৈ নাই পঠালে, ঘোলে মহাৰাজাৰ লোকে টেকেৰিৰ লগ লৈ আমাৰ দুই চাৰি মানুহ কাটে; এই কথা মহাৰাজা সুনি বোলে টেষ্ণেৰিয়ে কেনেকৈ মাসুহ কাটে মই কি আমো। এই এক। আৰু হৰিকেস চৌৰি বঙালত খাজনা শোখালে; পাচ সপ সেই থাকিল। তাৰে দুই অনেক লঘু লাঞ্চনা কৰিলে। সহিব নোকাৰি মেগ।