পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পূশি অল-বুৰঞ্জী পাচে বালেগয়া বাৰ্তা পাই সাঙ্গ হই আহি ভৰি কাৰত ৭ খৰ কোঠ দি হিল। আহোমও ভড়ৰি কাষত ৫ এন কোঠ দি হিল। এই মতে এক মাহ গল। আমাৰ আগুয়ান মেশানে উড়ৰি কখৰে গৈ বঙালৰে মতামতি কৰি থাকে। পায়ে একদিন বঙালে নাওত তুলি কাপৰেৰে চাকি ঘোড়া পাৰ কৰি আহোমক ধৰিলে। বড়চেটিয়াৰ পুতেক বতিয়া ডেকাক কাটিলে; পিঙ্গলিয়া গোহাঞি পলাই এড়াল; বিংচা পাত্ৰক ধৰি নিলে; আনো োেক পড়িল। কিছু পুৰ গৈল মাঘৰ সংক্ৰান্তিৰ দিনা। তেবে সমস্তে লোক ভাগি আসি ভৰি গঢ় এৰি চামধৰাত ৰহি হি। এই কথা বজালৈ জনাই পঠালে। পাছে মুহাৰাঞ্জা সুনি তিনি জনা ডাবিয়াকে দায় ধৰি আপোনাৰ দদায়েক, চাউলাই কোঞবক সবাৰৰ উপৰি মুঢ়কৈ দিছিল; তেওকে ধৰি আনিলে; বড় গোহাঞিৰ নেওগ ৰুষ চেটিয়াৰ নাতি, বুঢ়া গোহাঞিৰ নেওগ লেচাই ফিচি, বড় পাত্ৰৰ • নেওগ, পোয়ালি লাথুম, এই সমস্তকে ধৰি আনি ৰজা খংকৈ কাটিব দিলে; আই কুঞৰিয়ে মাতি ৰাখিলে। পাচে চাইলাই কোবকে। তিনি নেওগ সমে পাছি দিলে। পাচে হাড়ি মহি প্ৰমুক্ষে যত লুখুৰাখন ভিতৰুন্নাল কাড়ি আঁচিল সমস্ত দেৱতাৰ চৰণত কলে, স্বৰ্গদেৰ মহাৰাজা হুই কি কাৰণে তুমি বালিত দুখ পাইছা। আমাক যুদ্ধলৈ পঠাই দিয়া তেবে আমাক বা কঁড়ধেনু সিকাবৰ কাৰ্গ কি। পাচে শোম চিৰিং প্ৰমুক্ষে যত গড় ভিতৰুয়াল কাড়ি আছিল, সকলকে পঠাই দিলে, ভড়ৰিৰ গড় পুনৰ্বাৰ কৰি গৈ; জদি বঙ্গালক ধৰি দিব পাৰিলি একো নাই, জদি নোৱাৰিলি তেহেতেহে ৰঙাল। এইকথা গোহাঞি বোৰে মুনি বেলে তিনি নেওগ সমে কোৱৰ ধৰি যে নিলে আগাত খঙ্গে (?)। পাছে জাগন সমে গোহাঞি বোৰে আলচ কৰি ভৰিৰ গঢ় ললেগৈ। পাছে $