পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আমাৰ বৈৰত বেকি কৰোতে লে আমাকে আমাৰ দুই আদিকো কাটিলে, নাৱকো লুৰি নিলে, সত্ৰাজিতৃক পাজিলে চেক, হাৰু পিকচাইক ধৰি আগৈ। পাচে সত্ৰাজিতে তিনি কুড়ি বাচক নাও লৈ কলঙে উজাই গৈ সলা মাৰিলেগৈ। চেঙৰা, হাংপিকচাই, মদনখোৱা, বনকপ, এই চাৰি পাণি- সিয়া পলাই বিশ্বনাথ উপৰে আটাল বৰিত উঠি ৰলগৈ। সত্ৰা- জিত সত তিনি দিন আছিল আৰু ৰজাৰ ভড়াল দুটি সত সস নিলে; দেৱঘৰৰ নটিনি দুটাকে আনিলে, ভটিয়াই আহিল। সেইফালৰ পৰা বঙ্গালবে আসামৰে যুদ্ধ লাগিল; শক ১৬৩৪ জেঠৰ সংক্ৰান্তিৰ দিনা। তাত পাচে বঙ্গালৰ বাৰ্তাক স্বৰ্গ মহাৰাজা পাই, তিনি জনা গোহাঞেৰে আলচ কৰি, যত বৰুৱা, সন্দিকৈ, পাতৰ চেটিয়া সবাকে লোকজন সহিতে আজ্ঞা কৰিলে। ডাঙ্গৰিয়া সকলে যুক্তি কৰি দিখৌ মুখত থান দি ৰলগৈ; পাচে বাজা দুখকৈ ৰাতি সুলে। নাকুৰি লাখামে ৰাত্ৰি সপন দেখালে, তোৰ সহায় দুই মই যাম বঙালকে অপ্ৰয়াসে জিনিব পাৰিবি; সমাজিক দেখি ৰাজা উঠি বসিল; পূজাপাল দেৱঘৰলৈ দিলে। তাত পাচে বঙ্গালেও এই কথা শুনি গুয়াহাটিক আগকৈ ৰহিল। পাচে মহাৰাজাম্নে গৰগাৰ পৰা চিনা তলিত ৰহিল গৈ আঘোন এক পথ আহাতে। পাছে ৰাজাগণ সমে তিনি জনা গোহাঞি প্ৰমুক্ষে যত লোক চাম ধৰাত ৰহিল গৈ; পাচে মহাৰাঙ্গায় আগিয়া বন্ধাত বহিল গৈ; পাচে ৰাজ লাইবধি গাৱঁৰ পোনে চাখধৰাৰ বুখ। হাতিত উঠ কপ এক চফ, সোন এক চক লৈ ৰূ- পুত্ৰক পূজা কৰিলে। ৰাজা বোলে বঙালক যদি জিনিব পাৰে মোক ৰাখিব; জদি জিনিব নোৱাৰৰ মোৰু নাৰাখিবা। ব্ৰহ্মপুত্ৰয়ো পানি দিলে। ৰাজন বোলে মাজ গাৰ পৰা নটিনি ধৰি নিলে। আতকৈ মোৰ কি লাগ আছে; ভটিয়াই গৈ ৰা বৰালি মৰাত শৈ।