পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি জলম-খুনী গোহাঞি বোৰে যুক্তি হই আখেৰু গোহাঞিলৈ সুধি পঠালে বোলে মহাজাৰ ৰাজ্যত তিনি ঘৰ ভাবিয়া। ভাশ কৰিব লাগিলেও আমাকে ভাল কৰে, কাটিব লাগিলেও আমাকে কাটে; গোহা লোৰ সমাজত, পুৱতে মানে মঞ্জদায়ে আছে কি নাই। আখেক গোহাঞি বোলে ভয় সংসতেহে সক্ৰৰ মাজত পলাই আছো। যদি মোৰ দেহটো ৰক্ষা কৰিব পাৰে, আজি যেন যাম। গগাহাঞি বোষে বোলে তেওৰ গড়কি হল, আমাৰ গড়কি ওপৰ, এনেকৈয়ো গোহাঞিক ৰাখিম। এই কথা শুনি আখেক গগাহাঞিৰ ৰঙ হল। বঙালক ধৰিবলৈ কথাবাৰ্তা কলে বোলে আশ নিশা জাগি থাকে, সেই নিশা বেঢ়ি ধৰিব লাগে। এই কথা সুনি তিনি জনা গোহাঞি মুগুতি হুই ভড়ৰিৰ উজনিত তিনি খন দলং বান্ধিলে মানুহ পাৰ হুবলৈ। পাছে পাম্প্ৰত বড় গোহাঞি, থকবক বুঢ়া গোহাঞি, লাকু বড় পাত্ৰ, তিপামৰ বজা, নাম ৰুপিয়া ৰজা, চাৰিং ৰজা, জুপ সন্দিকৈ, বকং বড় চেটিয়া, লাচাম পেঙ্গৰ পুত্ৰ, মৰান কোঞৰ, কপিত কোঞৰ, চিৰিফল হাতি বৰুৱা, বেটুআ বড়া সমস্তে তৰু হুই গল। এই সকলৰ উপৰি চেঙ্গধৰ নেওগ হৈল। লাচাম সন্দিকৈ, পিকচাই চেটিয়া, লাচাম পেম ভড়াবি, চিড়িংডাং, চাইনাপাম, ফুল কোৱৰৰ পুত্ৰ , লালুক গোহাঞি, চাউডাঙ্গৰ বৰুআ সেই সকলৰ উপৰি লাঙ্গি নেওগ এই সকল নাৱে গল। আনো ত লোক তাৰ কোনে অন্ত পায়; আৰু হাজৰিকিয়া, সয়কিয়া, বড়া অনেক লোক গৈছে; চকুড়ি দল মত্ত হস্তি আগুয়ান হুই জাই; প্ৰভাতে অৰুনোদয় বেলাত নাৰে তৰে চাপি যুদ্ধ ধৰিলে। হাতিয়ে গঢ় ভাঙ্গি উঠিল। পাচে সেনা সকলে যাক যৈতে পায়, তা তৈতে কাটিৰ ধৰিলে। বঙালে সাষ্টম হব নেপালে, কতত বিভজে কটা গল; কতো অস্ত্ৰ সধৰি জুজিলে। বঙ্গালে