পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তিনি খল নাকৈ লৈ ৰাজাত গোচৰ কৰিলেহি বোলে ট নগঞ্জ আমাক দুৰ্বল কৰে; সৰ্গৰ দেৱ তাক মাৰি দিয়ক। পাচে জাগো নোক মাৰিবলৈ চাওকাংবাঙ্গকে, থাউৰিজকে ২ টংচু নগা। আগকৰি পাঞ্চিলে। পাচতে জাও গল। লাগিলত দুইজনা ভাঙ্গৰিয়া পড়িল। পাইক পড়িল ১৪০। পাছে। দুই বাপেক পুতেক উলতি আহিল, জেঠমাহ ৰজা মৰিল। ভোগ ২৭ বৎস। তেওঁৰে পুতেক ছুহনফা ৰজা হল। পাচে টংকু নোক মাৰিবলৈ এওমুক পাঞ্চিলে। এনে সময়তে চৈত্ৰমাস কছাৰিএ টতে ৰণ ধৰিলেহি। এই কথা সুমি আমাৰ ৰজাও চাউপেংলুক, প্লায়লুং হাতি দি ৰণৰ মুৰ পাতি পাঞ্চিলে। চেলাউচে নেওগক গঢ় পাতিব দিলে। ইবোৰৰ গঢ়তে বলগৈ। পাচে কচাৰিএ গঢ়ত নধৰি পাৰে বাট কাটি আনি ইবোৰক ধৰিলেহি। পাছে চাউপেংমুন প্লায়লুং হাতিত উঠি ধৰিলেহি। বলে নোয়াৰি হুহকি আহিল। ৰজাও দিখৌৰ কোষলৈ গৈছিল। কচাৰিএও টংচুলৈ খেদি আনিলে। আগে জি এমুং গৈছিল সি ৰণত পৰিল। পাইক পড়িল ১৫০। পাছে হাতি ১, তিতা ১ জনি, বন্দি ১০, এই খিণি দী কথাবাৰ্তা হৈ প্ৰীতি কৰি পঠালে। পাছে বনগাএ আহোমৰ ৪টা ৰূপ উড়ি ললে। এই কথা তাৰ মনত আছিল। পাচে কতদিন গৈ ৰজাৰ ঘৰৰ টুপ ভাগিল। আগে জাৰ ৰূপ ভাঁড়ি ললে, সেইয়ে বাঁহৰ চুঙ্গাত আউনিয়া নগা। জাঠি ভৰাই আনিছিল। বন কৰিবৰ ভাবেৰে চল চামিচিলে। জাও মিচাঙ্গতে বহিছিলে। পাচে ৰজাক খুচি মাৰিলে। আজ ভোেগ ৬ বৎস। পাছে তাকো মাৰিলে। পাচে তেওঁৰ পুতেক চুল্পিং ৰজা হল। তেওঁকে চাউলুংখাম পেপে মাৰিলে। ৰাঙ্গ ভোগ ৪ বৎসৰ। পাচে চুকং যজা হল। কতদিন সেই পৰ্বৰতৰ পৰা মিহিলৈ আহিল। পাঁচ বৎসৰ পচে থাউমুন ডিশককে, আউযুংখাম পেজকে আইনিয়া নগাৰু জুঝিবলৈ পাখিলে। ইবোৰৰ