পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভোগ ১৩ বৎসব। চাকমণে যা হল। যা ভোগ ১০ বৎসৰ। এও মৰিলত অৰাজ্য ৩ বৎসৰ। পাচে ভাজৰীয়াৰৰৰে আলছি উপায়কৈ দিলীহৰ পৰা বিচাৰি আনি চাউচঙ্গক ধাত বা পাতিলে। তেঞেৰে দিনত তিপমীয়া ডাউবঙ্গচোৰ জীয়েক নাং নাং চনা নাও আছিল, তেঞেকে কুৰি পাতিলে; পূৰ্বে বাপেক মাকৰ ঘৰত আচোতে তিপামৰ ৰজা সহিতে সেই বিপাম ৰজা। কুৰিৰে লেনা-দেনা আছিল। পাছে বাজা আনিলতে দুগছ শুৱৰ্ণৰ হাৰ দি পঠালে; এই কথা বাৰ্তা বাঙ্গা জানিলে তিপমিয়া জায়গা কুঞৰিব বঙ্গহেও ৰজা জানিব হেন জানি, কুঞৰিবৰ বাপেক তাউবঙ্গচোঙ্গ, নড়ালৈ পলাই গল। তাউতাঙ্গচিলাঙ্গে খিংলামে ৰজাৰ এখেলৈ আহিল; ৰজাও সিহঁতক একো বুলি মনৰ কথা মনতে থলে। পাচে বঙ্গাও বানাৰ নগক মহ গৰু দি বৰাই আনি ভাল ভাল লোকক কাটিলে; তাত পছে তিপমিয়া বোবকো কাটিলে। তাওতাংচিংলাগে, তামংএ দুয়ো গৈ নড়া ৰজাত লগালোগ। পাচে নৰা ৰাঙ্গাও, তাংচিলাপাওক পঠালে ৰণ কৰিবলৈ। সি আহি তিপামত ৰহি। এই কথা শুনি ৰজাও হাতিত উঠি ভাঙ্গৰিয়া সকল সহিতে তিপামৰ কুঁহিৰ বাড়ীলৈ খেদি গল। আমাৰ ভাঙ্গৰিয়া থাউমুন, চাউৰুন ঘোড়াত উঠি গঢ় সোমাই ধৰিলেগৈ; পাচে নড়া জাঠি মাৰিব ধৰিলে। এপাট জাঠি ৰজাৰ গাত পড়িল; এতেকে আমাৰবোৰে টানকৈ ধৰিলে। ৰব নোৱাৰি নড়া ভাগিল। তিপামৰ ৰজায়ে, মংএ দুই নড়াৰ লগত নশৈ, কমতেক্ষৰত পলাই সোমালগৈ। তত পাছে আমাৰ ৰজাও মৰিল, আজ ভোগ ১০ বৎসৰ। তেওঁৰ পুত্ৰ জাঙ্গ ৰাদ্ধা হল, ৰজ ভোগ ১৬ বৎসৰ। অত পাছে চুফং ধাক্কা হল, ৰা ভোগ ১৮ বৎসৰ। তাত পাছে ছুচেন বাজাল। তেওঁৰ দিনত একদিন দিনতে আন্ধাৰ কৰিলে। তাত পাছে গল্প এ