পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> ফ্লোইখে বুঢ়াগোহাঞি যুগ্ধলৈ পঠালে। বুঢ়া শোহাৰে। গৈ ব্যতীত উঠি গড়া সহিতে মুখ ধৰিলে, চনেও ব্যাক তোকা কৰি বুলিলে। পাচে নড়াৰ পূৰে আমাৰ দিয়া হাতীত উঠি বুঢ়া গোহাঞিৰু মাৰিব লৈ খেলি আহিল। পাকে আমাৰ পাচ মাউতে তাৰে হাতী হেন চিনি পাই প্ৰতাপৰাই বুলি মাত লগাত হাতী বল। একো প্ৰকাৰো আগৰৰ নোৰে। কিবা ঔষধ হাতীৰ কপালত জোকাৰি দিত খেলি আহিল। পুনৰ্বাৰ মাউতে মাত লগাই বুলিলতত নই। পাছে গগাহাঞিক খুচি মাৰিলে। এই কথা শুনি পুনৰ্বাৰ বড় গোহাকি পাচিলে। এঞো গৈ নড়া ৰাজাৰ সমুখে যুদ্ধ ধৰি বোল স্বৰ্গ মহা- ৰাজা দেও সামান্য বাজা নহয়। মহাজে মোক তোমাৰে বুক . পাচিছে। নড়জ বোলে তঞি দেখে সমন্ধ জানিলি। আগে যি বুঢ়া গোহাঞিক পাচিছিল, সি দেখো মাতৰ সমন্ধকে নাস্থানে এতেকে হে তাৰ এনে অৱস্থা হল। এনে বোৰকো বুঢ়াগোহাঞি পাতে। পাচে বড় গোহাঞিয়ে মানুহ তিনি আনি কৰি ভেটিলে। নড়া ৰাজ। হুহকি গল। তাতে পাতৰ এটাক মানুহ কিছু মানেৰে বড়গোহোেয় ধৰি আনিলে। তিনি পৰমান বেলিৰ বাট আহিলত নড়া ৰাজা শুনি খেদি আহি পাতৰক নিলেহি। পাচে নড়া বাঙ্গা আপোনাৰ দেশলৈ গৈ মাঙতক কৰ ভাৰ দি মিলি থাকিল গৈ। নড়াৰ মানুহ কিছুমানেৰে বড়গোহাঞি ৮ ঠাইলে আহিল। পাচে ৬ এ বড়গোহাঞিক বোলে নড় ভাজা খৰিব পাৰিও যে নধৰিলে, পাতবকে যে নিলে এই বুলি দাই ধৰি বড়গোহাকি হাতী শালত বন্দীকৈ থৰ দিলে। পাচে বড় গোহা কোলে পাতা এটাকে আজ বাটৰ পৰা ধৰি নিলেহি। নড়া যায়, ধৰি আনি কোন ঠাইত থৈ ৰখা গল হেতেন। তেও দেবতা।