1 পাচে সিহঁতে তাতে খুচি মাৰিলে। গোহালিক পাৰি শুনি আগুতা খেলি আহি ৰা মাৰিলে। জোচাৰ গুচাই তাম পিতলৰ মূৰ্তি সাজি সেৱা পুজা কৰিবলৈ ৰাজ্যৰ দিলে। নড়া এ আপোলা পাট এড়ি আয়তনাৰ উজনিত শাকিল। পাচে তাৰে পৰা নড়া জাএ গৰ্গ মহাৰাগাৰ ঠাই- লৈ কটকী পঠালে, যোলে মোক পৰ্বততে একেৰি ঠাই দিও। এইৰূপে কটকী এ আহি কলে। পাচে ৬ পাত্ৰ মন্ত্ৰীসকত মুখিলে বোলে নড়া বাঙ্গা যে ঠাই খুজি আহিছে দিয়া যাব না। পাচে ভাজৰীয়াসকলে বলে দিয়া হেনো হব নালাগে, নিদিয়া হেনো হব নালাগে। পাচে এ বোলে তেনে হলে ৰলৈ “ছোৱালী খোঙ্গা যাওক। এই বুলি কটকীত কৈ নড়া খালালৈ কৈ পঠালে, বলে আমালৈ যদি ক্যাদি মিত্ৰ কৰে ঠাই পাব। এইপে কলত গৈ নড়া বাজাও লৈ ভনীএকক দিলে। পাছে পাত্ৰ মন্ত্ৰীসকলেৰে সমালোচনা কৰি বোলে ভনীয়েককে দিলে এতিয়া কি কৰা যাব। পাচে মন্ত্ৰীসকলে বদলে সামান্য ৰাজা নহই; ঠাই দিলে দুগুণ হে পোৱা যাব। একে চোঙ্গতে দুটা কৈ বাঘ কত থাকে। এতিয়া এইৰূপে বোলা যাওক নড়া ভাঙ্গা ভনীএকক হে দিছে, জীএকক দিয়ক। একৰ সমান ভনীএক হয়নে কি? এইৰূপে কটকীও কত গৈ, নড়াজা বদলে ত জীয়াৰি দিব নলগা, আপদ গ্ৰস্তত পৰি হে ভনীকে দিলো। এতিয়া সে জীবকো খোজে মাকে জিএকে একে লগে সতিনী খাটিৰ নিকি। ছোৱালী খোঙ্গা নহই মোক বিশু হৈ কৰে। পাচে হোৱালী নিদি কটকীত কৈ বিস্তৰ গৰিহা বচন বুলি পালে। এই কথা শুনি পাত্ৰ মন্ত্ৰী সকলে সমালোচন কৰি কোলে এই সময়তে, পাৰি যে কাক ধৰি অনা মাওক। এই বুলি
পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৩৮
অৱয়ব