পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

Ro হোৱা নাই। পাচে পাত্ৰ মন্ত্ৰী সকলে তাক ভাতৰ মেলত বুই কলে। বোলে * যে বড় গোহাঞিক বন্দীকৈ থৈছে বন্দী কৰিব পাই। গগাহাকে যে কৈছে নড়া জাক ধৰি আনি কোন ঠাইত থৈ কথা গল হেতেন ভাল হে কৈছে। পহু লেদা কুকুৰে যদি খো পালে, সি পই নাপাইমানে এৰেনে কি? এতেকে নড়া নাক যদি ইঠাইলৈ ধৰি অনা গলহেতেন সেই বাটে মাঙত খেলি আহিলহেতেন। এতেকে নড়া বাজা কেনে তাক ৩ এ দামে। যাতে আপদ গ্ৰস্তত পড়িল, এতেকেহে এনে খানিও কৰা গল। এইমান যশস্যাই ৩ তাক লাটিছে নেকি? গোহাঞিৰ দাই খেমা কৰিবলৈ আমি বন্দী সকলে মাতিছে। পাচে মহাৰাজা ও গোহাঞিৰ দাই এৰি বটাদি পূৰ্ণৱতে ৰাখিলে। চতুৰ্থ অধ্যায়। ডা-ভাঙ্গৰীয়গণৰতিগুৰি। শ্ৰীশ্ৰী স্বামহাৰাজা চুকাফাকে আদি কৰি দিহীঙ্গিয়া বাজালৈকে এই সকলৰ নাম। চুকাফা ১, চুতোফা ২, চুবিন ৩, চুহান ৪, ওকাফা ৫, চুছেন ৬, চুপিন ৭, চুছে ৮, চুড়াঙ্গ ৯, চুজাঙ্গ ১০, চুক ১১, চুহুম ১২। শাকে গ্ৰহষোমধৰেন্দু জাত। অসম দেশৰ পূৰ্বৰ ৰাজা এই সকল দিহীক্ষিয়া লৈকে। এই সকলৰে চুকাফ। অদি এই শকৃত ১১•১। মহাৰাজ চুকাফা পূৰ্বে সেকসকলক লগত লৈ বিলে মামি আহিল তাৰ লেখা।