পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> গৰ লৰাটি জম্মিলত, এক বৎসৰৰ পাত ৰাটি ক দিলে মি। পাছে সেই স্নেহকৈ পুত্ৰৱতে তুলিলে। কত দিৰৰ পাচত হলত চাইলেও বিষয়। পৰ্লপ্তত ৬ ফেলে বা হল সুবৰ্ণৰ থালী সদৃশ। থালী হলে, কপৰ তিনিটা উবান হব লাগে, তেখেলে শোভা দেখি, খালীও কাতি হয়। এতেক বড় গোহাঞি হৈছে, ই মোৰ লগতে আহিছে। বুঢ়াগোহা হৈছে, বড়পাত্ৰ আকে পাতত, এই বুলি সেই লটিকে বড়পাত্ৰ পাতিলে, কিন্তু আগপাছলৈ দৈব গতি মোৰ বংশ নহলে এয়ে যাও হয়। তাৰে পথ হে বড়পাত্ৰ হ। এই ধৰক নগা বড়- পত্ৰ বোলে। নামৰূপৰ পৰা নগা বান্ধি দিয়া কাভুৰেৰে দিহীং পা তুই উজাই লাখান তেলচা এই দুখন নগাৰ শ্লো মাৰিলে। তাতে খুন্তক অধিকাৰ পাতি থৈ তিপামলৈ আহি লোকজন বশবৰ্তী কৰি তাতে বৎসৰ থাকি, তল যোব। ঠাই দেখি নাথাকি কাগুণক অধিকাৰ পাতি থৈ সিহীঙ্গলৈ আহিল। তাতে ৫ বৎসৰ থাকি হাবি গাতি দেখি তাতো নাথাকি সুইতে মাৱে ভটিয়াই আহি হাবুঙ্গত ৩ বৎসৰ থাকি, তল যাই দেখি তাতে মাথাকি দিহীৰ মুখলৈ আহি, পানী বাঢ়ি আহিছে হেন দেখি উলটি দিখৌ উজাই শিলপানীলৈ আহি তাতে পানী জুখি, আনতকৈ দেজোখা গধুৰ পাই চঙ্গত নাম দিলে। তাতে ৪ বৎসৰ থাকি তাউথুনলাকক অধিকাৰ পাতি থৈ শিমলু গুৰিলৈ আহিল। তাতে ৫ বংসৰ থাকি বানচঙ্গলৈ আহিল। তাৰ পৰা পৰ্বতলৈ আহিল। তাতে নগৰ কৰি উত্তৰে দলিলে পখৰা ঘোড়াৰে ফুৰি সোণা ৯ ভোলা, ভয় ২ গচ জৰিক বোলে, লুড়াৰে খাম ১ তুৰি বড় নেওঁচা পেলাই ৰগৰ ললে। তাতে ৫ বংসৰ থাকি স্বৰ্গী হল। শক ১৩১১ ভোগ ৪১ বসব। চুতাওফা হল। তান পুত্ৰ