পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অধ্যায় নড়াজাৰ লগত সময় সেই পূৰ্ব পূৰ্বেব সপ্ত নীপেশ্বৰ সগৰ ৰজা মেহৰ ৰাজা সকলক নানান ব চিন্তু দি পৰ্বত পাহাড়লৈ খেদিলে; সেই লগৰে নড়া মালাকো চুলি ভাবি খুৰাই নমুনা কৰি খেদিলে। এতেকেহে অদ্যাপিয়ে নড়া ৰাঙ্গা বলে, দেশকে। নড়া দেশ কোলে। দেশত লৌহিত্যৰ সমীপত পৰ্বতৰ ৰাজা হল। তিনি পিড়ি পাচত নড়া ৰাজাৰ পুত্ৰ এটী জন্মিল। পুৰ লাশ তিনিটা চক্ষু মহা তেজস্বী। বাপে মৃত্যু হলত, তোে ৰাজা হল। পাচে আপোনাৰ বাহুবলে মাঙত কৰি অয়স্তা ছুটিয়া এই সকল ৰাজাক মিত্ৰতভাৱে বশ কৰিলে। সি সকলেও প্ৰীতিত থাকি হাতী ঘোড়া কোনো সময়ত দিএ। স্বৰ্গ মহাৰাজেও প্ৰীতিত থাকি নড়া বাজাক হাতী ২টা দিছিল। নড়া ৰজাও ঘোড় টুপী জিএ। পূৰ্ব্বে স্বৰ্গ মহাৰাজা নড়াৰ পৰা নামি আহোঁতে আয়তনাত নগৰ কৰি আহিল। পৰ্বত শতী সামান্য ঠাই দেখি ডাঙৰীয়া জাতুৱা একো, ধৰৰ একোটা খৈ তাৰোপ আম্বন। গাওঁ। নামি আহিল। পাচে নড় বাজাৰে প্ৰীতি হলত আমাৰ লৈ খুজি পঠালে বোলে আয়তনা গা কেইখান মোক দিয়ক। পাচে এ পাত্ৰীসকলক সুধিলে বোলে, নড়া বালা যে আয়তনা খুজিছে দিয়া যাব না। পাচে সকলে বোলে নড়া বা প্ৰীতিত থাকিহে খুজিছে, যদি মাহি নিয়ে তেও আমি ৰাখিব নোজাৰে। ইঠাইৰ পৰা দূৰ, যাৰলৈকে দুটি, কোঠ চকি দি থাকিবলৈকো আচল, ৰাখি শাকিবকে নোৱাৰি, এতেকে গলা ৰাশি প্ৰতি বাকি দিলেহে ভাল