পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

আপুলি লক্ষন্তে খান। ইতি সহ নিহজ ১৫৮০। সদেস তাৰ এমুঠা, ৫ খন কৈ আছিল, ঘোড়া ৭, উট ২টা, সোনাবলী পটুক ৪ খান, কামায়ণ ধনু ৬, গ ৪ সে, মাইফল ১মোনা।——লৈ যি তাৰ পত্ৰ লেখিছিল সিখান মহমদ খাকহে লেখি ছিল। পক লেখা নাই। এই কথাতে মহমদ খায়ে বলে মইহে পাই পলম নবাবৰ বড় কান্দাৰি হে, মোৰ সমান নুই। পইলনে বোলে মই যে সামান্য মহমদ খাঁ নো কিমান ভাঙ্গ। মহমদ পায়ে বোলে সত্য কহিলি। কিয় স্কুট সোল। এই কথাতে চেতিয়া গোহাঞে পলনক কলিয়া বড়তে ৰাখিলে। দুই উকিলৰ দৰ সমাচাকো তে জমালে। মহমদ খাক গড় গ্ৰামলৈ নিলে। তিনি জন গগাহাই লৈ তিনিটা ঘোড়। আনিছিল। তিনিও ঠাইত ভিনে ভিনে তুলিলে। পাচত জয়ধ্বজ মহাৰাজাৰ ঠাইক তুলিলে। পাছে ঈশ্বৰৰ আজ্ঞায়ে চেটিয়া গোহাঞে কোলে আমাৰ ঠাইত দুও উকিল; তহঁতৰ মুপত যে বিপৰিত শুনা গল। ৰ ঠাইৰ বাপটাকি পত্ৰ ভেজিচে। সি খানক চাহিলে মহমদ খাহে উকিল। পুনৰ্বাৰ যদি পত্ৰত মিত্ৰ নবাবে তোক লেখে, মহমদ খাঁয়ে ধিপে ৰ চৰণক সেৱা কৰিলে তোনো যদি ভাগ্য থাকে তখন তইয়ো সেৱা কৰিব পাৰি। এই এই বুলি বটা বাহন দি আমাৰ পত্ৰ সন্দেস সহিতে উকিল চতুভুজ, একাদশ, দুই কটকিক পঠাই দিলে। পাচে নবাবত পহলনে কলে গৈ বৰলে তোমাৰ চাকৰ মঞি, মোক সামান্য বুলি মহমদ খাঁয়ে গড় গ্ৰামলৈ নেনি আসামৰ আগত সকল সস্তে কলে। পাচে এই কথাতে থাকি নবাবে বোলে একাদশ চতুভুজ পৃত সূত্ৰ মধ্যত আচোতে কেমন এক ভাব নাহি। পাচে আমাৰ একাদশে বোলে চাহে ৰন্ধনৰ স্থাশীত এটাৰ নিবন্ধে সমস্ত সিৰ প্ৰমান। চাহেব যে সিদ্ধ পাত্ৰ মধ্যতে যে কোনটা কেচায়ে ক; পাসাই লোকৰ মগলি ফল ইবাৰ হে জনা গল।