পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৮৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

এটা, জানুক ৬০ সে, ডুবা কাষ্ঠ ৭ সে, কী ১০ টা, সদিয়াল শিলা

  • খান, শোন গাৰেৰে কটাৰি ২ খান, সাকা-মহমুখি ৭, চড়া লগ
  • খান এই পৃত সলে আপোন সমাই লৈবে। ইতি শৰু

১৫৫৬, চৈত্ৰ, তাৰিখ ৪। অঙ্গ পাচে মোমাই তামুলি আলিয়াৰ খাৰ পৃতি গৈল। তদন- শুনে আলিয়াৰ ধৰি পাচত নবাব খান্দাৰি আহিল। থানা গুয়াহাটি ১। তাক খেদি মিজ্জা হুসেন নবাব হল। এ বছৰ আছিল। তাত পাচে তাকে খেদি চৈয়দ হুচন নবাব হল ১, সি গুয়াহাটিতে শি। কতো দিন পাচে চৈয়দ কুটপ আসিল। তিনি বৎসৰ ভোগ। তাত পচে নবাব চৈয় চাল। হল। ১। দুই বৎসৰ খাই মৰিল। তাত পাচে নবাব মিজ্জা নাথুলা আহিল। পাচ বৎসৰ ভোগ কৰিলে। নাথুলায়ে বলে আলয়াৰ খাঁ নবাবৰ কাল পৰ্যন্ত আমাক অবধি কৰি পৃতি সে চলিছে একবিংশতি বৎসৰ। এখন স্পামিও সেইৰুপে থাকিলেহে ভাল। এইকপে সমালোচন কৰি কলিক্সা বৰ লৈ মহমদ খাকে,পহলনকে পত্ৰ সন্দেশ সহিতে পঠাই দিলে। পত্ৰ এই-শ্ৰীযুত বাজাকে শশুৰ চেটিয়া গোহাই জিউ পৰম হাৰ্পিত চৰিত্ৰষু। নিবেদন পূৰ্বক লেখশং কাৰ্যঞ্চ পৰং তোমাৰ খয়েৰ পুৰ দৌলত জাহিৰ বহে। এখন তোমাৰ মৈত্ৰী দিন দিন ও গৰহ মনোমেৰে মাফ কৰেহা এসব খবৰ তোমাৰ যেমন প্ৰকাৰ জিৰ কহে ও মহমদ খাঁ ও পলন দুইজনক এমও তালিকা কৰিয়া পত্ৰ সমেত তোমাৰ নজিক জয়া দিলাম। আৰ পূৰ্বে যে প্ৰিতি নিবন্ধ উপচয় কয়া নবাব আহলয়াৰ খ। সহিত অনেক দিবস আছিল। অদ্যাপিও তোমাৰ ঠাই কুশল দি সমাচাৰ লৈয়া মনুষ্য আমাৰ ঠাই আইসে। এমত কৌলি পৰস্পৰেৰ প্ৰতি পৰস্পৰে কৰিতে গুচিত। অতএব উভয় তৰফেৰ যি কিচু গোসাৰ কৰে সে মাফিক যুগজাৰ যাইবে। অল্প বেগা না বহিবেক। আৰ অধিক কি কহিম।