পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৫৭ পুৰণি অসম-বুৰঞ্জী আৰ অধিক আম কত লেখিব। অপৰ সমাচাৰ আমাৰ উকিল সমতন শ্ৰীকান্ত এ সকল প্ৰমুধা ভাত—হৈষেক। ইতি শক ১৫৫৬, ভাদ্ৰ মাস, তাং ৭, সন্দেসকিৰ্মিজ ২, নড়া ৪, চড়া ৭, কলিয়া চাম ৪ ভুবা কাঠ ৭ সে, জালুক ৬০ সে। সোনৰ ডাৰেৰে কটাৰি ১ খান, চড়ান। ৫। পাচে কাহলয়াৰ খয়ে আমাৰ দুই কটকিক ধাৰাণে তুলি অভ্যন্তৰলৈ নিবোলে আমাৰ উকিল আগে পাচিবৰ কাৰণ কি? উকিল হলে এক সঙ্গী হৈ আইসে। তুমভি কেমন জুগাদি ভাব আমাৰ সাত সাক্ষাতে বহে। আমাৰ দুই কটকিএ বোলে সাহেব গজিৰ কৌলিক নহে। জঙ্গল হৈ থাকিতেও পুনৰ্বাৰ হস্তিৰ গমনৰ দ্বাৰাহে পটিত্বক লভে। অভিপ্ৰায় কৰ্ম বড় ললাকেহে বিচাৰ কৰি ৰা কৰে। এখন যে আমাক পাচ কৰি তোমাৰ দুই উকিলক অকি ভেজিলেক ই গোট অনুচিত না হয়। যাতে সাহেৰে পূৰ্বে এমত কৰিছে। সেই কৰ্ম্মানুসাৰেহে আমাকে সহ কালি লাভেজিছে। পাচে নবাব বলে হাহা উকিল তাঞিৰ আমাৰ পৃত সাক্ষাৎ মেৰুৰ সদৃশ। খানিকো মিনা ভাব নাহি দেখাতাহে। যে কোচ বচনকে চিত্ৰ ইতত মাৰোত তুলা অমুৰ্তা ইহাত কাই আপনি তোস কৰে। পাচে আমাৰ কানুয়ে বোলে সাহেব উত্তম হে বুলিছে। বচমে অমুক, মাৰুতিও অমুক সিতো অবলম্বন নহে। অবলোকনীয় হয়, তত্ৰাপি যে সেই মাতিয়ে মেৰু সদশকে ভঙ্গ কৰিছে। পাচে এইৰূপে নবাৰে কথা বাৰ্তাতে যো সাল হৈ বটা বন্ধু- সিস দি আমাৰ দুই কটকিৰ লগত চৰিপখা ৰঘূৰাই দুই উকিলক পত্ৰ সন্দেস সহিতে পঠাই দিল। পত্ৰ এই-- স্বস্তি সমস্ত গুণধাম সৰবিন্দু সদৃশ যশো ৰাসি বিঙ্গিত শ্ৰীযুত বড়বড়াও চেটিয়া গোহাঞি জিউ মহামহোত প্ৰতাপেধু। লেখনং কাৰ্য আগে এথা কুশল কেবল তোমাৰ কুশলাভকে সদা পৰিচিন্তি।