পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> পুৰণি অসম-সুৰী সমাচাৰ অতি পূৰ্ব আমাৰ ৰ অমাত্য ফ্ৰাচেং মুন, বড় গোহাইৰ পুত্ৰ চনম বড় গোহাই। সৰু সন্দিকৈ বড়ুয়া চন্দনা চল পৰ্বত হন্তে একটা মহাবলবস্ত ৰাজাক আনি তাৰ সসৈন্য সহিতে মাবিয়া উত্তৰ দেবালয়ৰ কোনে মণ্ডমালা দৌল বান্ধিলেক। তাৰ অশেষ হস্তী ২৭, টাঙ্গন খোড়া ১০০০, হিলৈ, নৌকা প্ৰজা অপৰিমিত মাৰিয়া স্বৰ্গ- দেবৰ ঠাই আনিলেক। আপোন দেশক পাচে উত্তৰ কোল মাঝে তাকিদ কবিয়া কমতে- ঘৰৰ পাট গোপালপুৰ পৰগনাৰ দেসীমনা ৰহি চাষিয়া কবতিয়াক গেল। গোয়লি খাণ্ডাৰ কলুষ সব দূৰ কৰিলেক। সেকাল তোমাৰ গৌৰেশ্বৰ পাৎসাৰ, মচলাৰ গাজিৰ জামাত। দিল দিলাউগ। জিক ভেজায়া পৃত সাহলাদ কৰিয় এঘাৰ সিন্দুৰ, ঘোড়া ঘাট, ফৰিয়া বাদ তাহে ঢাকাৰ ভাটি এই সকল ইহাৰ মধ্যে ঘোড়া ঘাট, পুখুৰিয়া, আঘাৰ সিন্দুৰ যেখানে সাহত পৰঙ্গনা ৰায়ত গুনাগাৰ দিকে। ঐ সকল যৌতুক তুল্য কৰিয়া দুই কন্যাক লাগি ভেজিলেক। আমাবো ভাঙ্গবিয়া সকলে একটা পুকুৰ খান্দিয়া দৌল মাফিক কৰিয়া পুনৰ্বাৰ কোচ'ৰাজাকে মিত্ৰ পথ দেখায়া ব্ৰহ্মপুত্ৰ স্নান কৰিতে আপোন দেশ পাইলেক। ও অনেক দিলামা কৰি আপোন বসিস পহিক দিলেক। তাৰ পাচে ত্বৰ সন্দিকৈ নাম দুৰ কৰিয়া বড় আজম থৈলেক। সে কাল পৰ্যন্ত ধৰ্ম ষস প্ৰতিষ্ঠা সমুদ্ৰ সাবকাস বহিতে আছে। ইদানীক যে তুমি আত্মপক্ষ গাঢ় কৰি মিত্ৰ পক্ষ অপহাৰ কৰ, ই গেট তোমাৰ কেমন ভালা নাৰহে। কিন্তু নায়ক সঠ ভাব কৰ্ম আৰ মিত্ৰে মনম্মি ভাৰ মিত্ৰ বাক্যে পচয়ে সে দূৰ কৰিতে থাকে। এখন যে প্ৰস্তাব সাদৃশ্য কৰিয়া তোমাৰ পূৰ্বব জবাব মাফিক প্ৰত্যুত্তৰ লেখিলাম ইহাতে তোমাৰ আপোন মন সন্ধষ্ট কবিয়া কৰ্ম্ম সাৰ বহুবিধ বেগাত তাবেই যত্ন কৰিবেক। এতে তোমাৰ আমাৰ মধ্যে খানিক চোৰ্য্য পবিক্ৰিয়া দ্বেষ কৰ্ম আৰহে একৈক প্ৰীতি সাহজিক প্ৰণীত সাম্প্ৰধিক জাবেক পৰ মৃদু হয়।