পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

'১ সেই সময়ত গৌড় বাংলা সম্বন্ধি তুৰ্ণব আহি গণশিৰিত যুদ্ধ ধৰিলেহি। পাচে তিনি বৎসৰ যুদ্ধ কৰি শোৱাৰি ডাঙ্গশিয়া ও লোক জন কিছু পৰিল। পাচে মোৰ পুথাও চিহিঙ্গিয়া ৰজা কাচেঞ্জ বড় পাত্ৰগগাহাইষ্টিক সেনাপতি পাতি উপাই কৰি ভুৱকক মৰালে। আত পাচে সেই বেলা ৰটাটেমনিৰ বাৰ ভুয়াই, কলঙৰ কাষৰত বলহি। মদন গিৰি ধৰ্মাই, চোমদাৰ, ৰামচন্দ্ৰ গিৰি, চলৰ দলৈ, তামুলি দলৈ বাহুদলৈ, বড় চোমদাবি এই সকল প্ৰমুখ্যে যুগ্ধক মনে আছে। এনে সময়ত গড়গ ঞা পুথাও ৰজা মনত দুঃখে হেৰম্বক লৈ কন্যা এটা আনি বেসাখত ১৮৬৩ শতক পালেহি। কচাৰি কুমাৰ, কচাৰি ডুমুনি, আৰু আৰু অনেক মনুষ্য কচাৰি জা সেৱা কৰি এইৰূপে দি পঠালে। পাচে দিছিঙ্গিয়া ৰজা বড় সন্দিকৈ সকলো বোবে ভুঞাব যুগ্ধলৈ সলালৈ আহিল। পাচে ভুাৎ সলা মাৰিলে। প্ৰথমে বনভঙ্গ হৈ আমাৰ হুহকি আহি পৌষ মাস ১৪৬৩ শত দু দিন পাচে যুদ্ধ কৰি ভূঞা ভঙ্গাই মুৰ আনি মঙ্গত থলে। দুটা দৌল বান্ধিলে। ৰামচন্দ্ৰ গিৰি দলিদ খ প্ৰমুখো ভুঞা সকল সলাত লোকজন সহিতে দান্তে তৃণ ধৰি দিহিজিয়া জাত সনাগত হল; লস্কৰো পৰিল ১৬, কটোয়াল পৰিল ১২ ঘোড়। পালে ৩৫, সেনা অনেক পড়িল। বজষা নাও ৬০ পালে। সেই ভূঞ। সকলক পুথাও দিহিঙ্গিয়া স্বৰ্গদেৱৰ আজ্ঞা বড় চেটিয়ায়ে উত্তৰ কোনে পাতিলে। সেই সময়ত সাত খুন মাৰ নাও লোহিতে িবশ জয় ভটিয়াই গৈ, ফ্ৰাচেল মুনৰ পুতেক চনম, সব খলিকৈ প্ৰমুখ্যে দাতিএ গৈ, কতিয়াত খণ্ডা পলি, সামান্য কৰি ইটাৰ দৌল বান্ধি, পুখুৰি খানি চিন থৈ গৌষেশ্বৰৰে প্ৰিতি হৈ কোচৰ ৰজাক মিত্ৰ ভাবে বিশ্বসিংহ থাপিলে; সোশা পা ২ চকলৈ চিহিঙ্গিয়া ৰালৈ সেৱা কৰিলেহি। ও সিবোৰক বঁটা বাহন দি বড় সন্দিকৈ বড় আম নাম দিলে। ১৪৬৪ শকত নিহিঙ্গিয়া ৰজাক লেহেতিয়ায়ে খুচি মাৰিলে। ১৪৬৫,