পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পাটে পড় পএ জা হল ফাত। পাড়ে সাত কোনো পাই সবাকো মাৰিলে। ১৪৮২, এইৰূপে ওপৰ পুখও দিহিজিয়া , সাত ৰাজ্য মাৰি এক ৰাজ্য কৰি গৈছে। তহত যে সিদ্ধান্ত দিচ। আহলয়াৰ খাৰ ঠাইতই গোট উত্তম সিগ্ধান্ত দিচ। আমাৰৰ এই খোট হে মনোনিত। যি কথা তহতে কৈ, আগ পাচলৈ এই কথা তহতৰ মনত থাকিব লাগে, পূৰ্বাপৰ চাই তহতে এই ৰুপে সিদ্ধান্ত কৰিবি। এই বুলি সনাতন, কামুক, ৰুপৰ ভাবেৰে দুখান কটাৰি দুইক সৰাইৰ পৰা দিলে। কলিয়া ফুলাম কাপৰেৰে বঁটা দিলে। সোনাৰ কড়িয়া ২ জোৰ, ৰুপ ২০০, আনো খাবৰ লগৰ উপহাৰ বস্তু দি পত্ৰ সন্দেস সহিতে পাঞ্চিলে। সি ঠাইতে বড়ুয়া ধাৰাণে লেঙ্গা পোলোঙ্গা তুলি, বটা বাহন দি সিহঁতক পঠাই আমাৰ দুই কটকিক বড়ুয়া বলে আলয়াৰ খয়ে যে তহতঁৰ লগত লেঙ্গা পোলোঙ্গাক পঠালে, পাচত হে পালে, এই কাৰণে তহঁতে পাচ হুই যা এই বুলি সিহতক বিদাই দিলে। পত্ৰ এই স্বস্তি সকল গুনাগাৰ পৰম পবিৰ নিজকুল ধৈৰ্য্য মৰ্যাদাভিত শ্ৰীযুত নবাব আহলয়াৰ খ। মহাশয়েষু। শিব সুভাত সস্নেহ লেখনং কাৰ্যঞ্চ আগে অত্ৰ কুশল। তোৰ কুশল সদা ভাল চাহি। পং তুমি যেমত জবাব দেখিয়াছ ৰাজা পৰিক্ষিতে মৃত্যু কাল পৰ্যন্ত কামৰূপ ৰাজ্যৰ ওপৰ পাৎসাৰ ইৰসাল জামা গুনা গাঢ় হৈতেছে। ইতৰ ফেৰ তোমাৰ এৰূপ অযোগ্য ব্যবহাৰ। যেখৰ যাক যি কাল ঈশ্বৰে বিৰুপতে সে অভ্যাগম কৰিতে থাকে, সে কাল মাফিক বহুবিধ প্ৰকাৰে সামৰ্থ হৈয়া থাকে। আৰ দেখ যে উক্ত তোমাৰ চৈয়দ বাবাক প্ৰমুক্ষ উমও সহিত লোক, লস্কৰ, পিয়াদা ঢালি, বৰ কাৰ নিশে সৰিয়ণ কবিয়া খাগুৰে দোহাৰ খণ্ড খণ্ড কৰিলে। তেতিয়া নেকি তোমাৰ সমান ঠাই মহিম বৰোৰাল ইমও নাহি নেকি তুমি যে এমত বিধ বিচাৰ নাহি কৰ? আৰ বিশেষ