পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৪৯ পুৰণি অসম-বুৰী উমৰাও সকলৰ মৰ্যদা ৰূপ ভাব তুমি আপনি যে ৰাখিতে উচিত হয়। আৰ আৰ আন্দু পক্ষ পূৰ্ব পূৰ্ব সকলৰ প্ৰািতা পচয় দাতা ভাব আমি আপুনি হে ৰাখন শ্ৰেয়স হয়। এতেকে পৰম্পৰেৰ মৰ্যাভিমত পৰম্পকে সৰ্বদা কবি- বেক এপ পথে যেত হ্ৰাস না জায় তাৰে কৰিবাক উচিত হয়। খোদায়কে হাবিস কোদাতাসে মাফিক হাভি দোস্ত আছে। এপ যি লেখিয়াহ বিশেষ পষেমেশ্বৰ গুৰু যাৰু যিপে সামৰ্থ্য কৰে সৰ্বত্ৰে সেয়ে হয। কদাপি অন্যথা নহয়। এহি মাফিক তোমাৰ আমাৰ সৰ্ব কৰ্তব্যতা হয়। যাতে তুমি আমি দেবা- ধীন -একাৰণ কোনো জনেৰ স্বতন্ত্ৰতা নাহি বহে, আষ এমত সানুকুল্যতা ভাব শত পৃত পল গতাগত হৈলে দো গোত্ৰাহ্মণ কি কাৰণে সুখী হৈ না বহিব। এমন পথটা যেমন নবিন বৃদ্ধোক পায়। হামেচ। তাৰে কৰিব। আৰ অধিক কি কহিম? আমাৰ উকিল সনাতন ও শ্ৰীকানু শৰ্মা প্ৰমুখতে জানি। ইতি—শক ১৫৫৫ ফাগুন তাৰিখ ১০, সঙ্গে কিমি ২, পালেই পোচ ৪, কতিপা ২, বা ৫, অতলচ ৭, হস্তি দান্ত ৪, কলিয়া চামৰ মামৰ ৪, দুবা কাঠ ৬ সে, জালুক ৬০ সে, মলমা কৰা কটাৰি ২, চড়া গলা ১০, মহমডি ১০, পূৰ্ব ধাৰনে তুমি আমাৰ দুই সনাতনকানু শৰ্ম্মা কটকিক অভ্যস্তৰলৈ নি একদিনা আহ- লয়াৰ ষায়ে বোলে তাঞিৰ আমাৰ পৃত গোট সূৰ্য্য সঙকাশ। ইতো সবথা প্ৰকাশ কৰিতে আছে। ইহাত কোনো আৰ মৃত নাহি দেখি? ইতে। পৃৰীখিত নাৰানকে সাজ্য ৰাজা ও অপো- নাৰ চাৰি বেটাক পাৎসাৰ খেজ মতেত দি আপোন আয়সে মুবা হৈল। লখি নাৰানৰ ধাৰায়ে ইসান বান্ধিহে ৰাজাই কৰে। ইতে পাৎসাৰ হে ৰাজ্য বায়ত। তোমাৰ লৈবেসে পৃতেৰ কাৰণ পাচে আমাৰ দুই কটকি এ বোলে সাহেব তুমি যে এখন বোল,