পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুলিৰৰ উচিত নোহ। যেমন নৰনাৰাৰে আমাৰ স্বৰ্গদেৱৰ ঠাই বুজে নোৱাৰি, বড়দা দেড় কায়স্থ ১৪ হাজাৰ লোক সহিতে স্বৰ্গ মহাৰাত সৰণ পশিল। ও না কাটি ৰা মাৰি গৰতে পাতি বলে। পাচে নকুল লক্ষৰে ও ১২৫• ঘোড়া লৈ নমস্কাৰ কৰিলে। ৬৩ সিহঁতৰ লগতে থলে। সেই সময়ত ৰাউ মুয়া হন্তি পৰািজ ঘোড়া দুই কো আসিষ কৰি পঠাই দিলে। তাৰ পাচতে খোৰা ৰাজালৈ সুকুৰ দুহিতাক দিলে। সি সময়তো ক অনুবৰ্তী হৈ আপোনাৰ ৰাজ্য ৰাখি চিলে। এখনো পৰিলিত ভ্ৰাতৃ বলিদেব তাৰ চাবা কুৰুমা সহিত ওপৰ বুড়া বাঙ্গাৰ সাতেহে উপভোগ কৰিছিল। ইতোৰাজ্য মহাৰাজাৰ হে খাণ্ডাৰ তল। তুমি যে বোল দৈবেসে কাৰণ এ গোট সত্য দৈৰে যি কালত যাক যি নিবন্ধে ৰাখে, সেই হে হয়। বিশেষতঃ উদয় গিৰি ৰা জানো শক্তি হ্ৰাস নাহি দেখি, আৰ অস্ত গিৰিৰ পাৎসাৰ ও শক্তি হ্ৰাস নাহি হয়। তত্ৰাপি উভয় পক্ষ পৃত সূৰ্য্য সদৃশ যে বুলিছে, সিতে দিবাকৰ নিদাঘ কালত, প্ৰচণ্ড শিশিৰ কালত মৃহে। এতেকে ইগোট দৈবেসে কাৰণ। ইথান তুমি সাহেব উত্তম বুলিচা। পাচে নবাবে বলে হাহ উকিল এখন তো পৃত হৈয়া আছে। প্ৰীতেত কিল যে মিল্লা বায়তক মুফ খন্দি দৰহে এইৰূপে নবাবে অনেক কথা বাৰ্ত্ততি খোচাল হৈ পুনৰ্বাৰ আমাৰ দুই কটকিক বটা বকশিস্ দুশৰুপ অনেক বস্তু সহিতে বিদায় দি পত্ৰ দেশ সহিতে পুনৰ্বাৰ লেঙ্গা পোলোঙ্গা দুইকো পঠাই দিলে। পত্ৰ এই স্বস্তি নিখিলগুণ গান্তিৰ্য্য নিচৰণ পৰায়ণ শ্ৰীযুত বড় বড়আ গগাহাঞি জিউ পৰমোদাৰ চৰিতে। সেখণং কাৰ্য্য আগে তোমাৰ কুশলোয়তি বসুধা বিটিৰায় সম প্ৰত্যয় হোগা। ইদানীক আমাৰ অন্তকে ভোমাৰ প্ৰীতি পথ প্ৰমোদিত হইবেক। আৰ লেখন যু ডিল্লি সাহেবৰ বেজ মদাৰ মৰম খাঁ ও গয়হ পাই