পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

পুৰণি অসম-খুৰী আৰ্শিছে তাক উপাইকৈ আমি বঙ্গালক মি। * বোলে জেঠেশিয়ে বিৰুপে ভাল হব, সেইৰূপে বা মুনিপুত হতৰ হাতে বঙ্গালক দিয়াব। পুনৰ্বাৰ অনেক কথাবাৰ্তা হৈ ৩ বটা বাহন দি দুই কটকি সহিতে কভুয়াক কলিয়া বৰলৈ পঠাই দিলে। বৰুএ চেটিয়া গোহাঞে পূৰ্ব খানে তুলি বটা বাহন দি আমাৰ সনাত কানু সহিতে ৰচিপ ধা ঘুৰাই বঙ্গালৰ কটকিক পত্ৰ সন্দেস সহিতে পঠাই দিলে। পত্ৰ এই :-- স্বস্তি সকল মঙ্গলা লিঙ্গিত নিঞ্জত সৌন্দৰ্য পাৰাবাৰ সদৃশ বহন বিশ্ব বিকাতিত সৎকিৰ্তি দিকৰ শ্ৰীযুত নবাব আলয়াৰ খ শুভাশয়ে। সালাদপূৰ্বক লেখনং উভয়তঃ প্ৰয়োজন আগে এথা কুশল সতত চাহি বিশেষ লিখন। আৰ পত্ৰ সহিত তোমাৰ বিশ্বাসী চিপা খাঁ। ঘুৰাই এই দুইজনক যি পঠাই হিলা সিতে আসি শাক্ষাৎ হৈল। আমিও পৰম আহলাদে জানিলাম। আৰ ২৩ জন মনুষ্যৰ কাৰণ যে লেখিচা, তাহৰ প্ৰত্যুত্তৰ আমি বাকশ্বৰ লেখিয়া তোমাৰ ঠাই ভেজিতেছি। তাওি যে বোল তুমি সে ঘাইল কৰিয়াছ, বড় লোকৰ পৃত এমও জানা যাই, এসব ঝুত। এত জবাব যে লেখে ই গোট তোমাৰ কোন উচিত। আৰ পূৰ্বৰ সত্ৰাজিতে সমহাতি খেদাৰ কাণ আমালৈ লেখিছিল। সেই কালতে আমাৰ পূৰ্ব্ব ডাঙ্গৰিয়া সকলে অনেকবাৰ নিষেধ কৰিলে, তত্ৰাপি তোমাৰ লোকে হাতী খেদা কৰিলে। পাচে পাহাড়ি লোকে চিদ্ৰপাই অনেক লোক কাটিলে। অদ্যাপি আমাত বদনাম ৰাহছে। সকালে পাহাড়ি লোকক ভাত মুঠি মদ টোপ বটা বাহন দিয়া যায়। তথাপি পাহাড় ভিতৰে আহি দুই চাৰি আমাৰৰ কাটে। দৰঙ্গিকো কাটে। তথাপি যে তুমি সঞ্জাত না কৰ এখন দাতিল ঢেকেৰিত সুধিচোৱা। আমাৰ ৰচন সাক্ষাৎ প্ৰমাণ হৈব। অপৰ দুইজনৰ নিচেয় পোস্তমাৰ্গ সংসাৰ মধ্য কি কাৰণ হৈবে হেন যে লিখি আচ। সিততা এমতে সে হয়। পূৰ্বাপৰ উভয় পক্ষ পৃত কড়াৰ গোট চলি গৈছে তাক আপুনি জান। এখন যে তোমাৰ পূৰ্ব