পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১৯ পুৰণি অসৰ-বুৰঞ্জী এই দাইতে কাটিলে। ১৫৫৯ পাছে পিকচাইৰ দিনত ৰমকলি, মাধৰ কলি বিৰিনাএ জাত গোন শিলে। বোলে পিকচাইএ দেৱতাৰ কামকি কৰিব। দুই তিৰোতাৰ দম ভাঙিব মোৱাৰে; আৰু ফুল পিন্ধাই হে থাকে। এই শুনি ৰজাবোৰে মোৰ কাৰ্য্য কামনো কেনেকৈ কৰিব। এই বুলি হাতিশালত লোৱা দিলে। এক দিন ৰাজা পৰ্বতক গৈ আহিলত, আই কুঞৰি দেখি সুখিলে বোলে কি কৰ পিক চাই। সি বোলে কি শো পইৰে ইচে ঠিক চাই। বড় কুঞৰিয়ে বক মাতিয়ে মেলাতে পাচে পিকচাই বোলে বামুনক সোপ কাপোৰ দিলে ভাল হও। আকে নাপাইহে দেবতাক লগাই হি; এই বইতে তিনিকো কাটিলে। তাৰ পাচত লখোৰ গঢ় বান্ধোতে মৰঙ্গিৰ বইলা ঠাকুৰ ভাঙ্গিবৰ কাৰণে দাই ধৰি বহিবড়িয়া কৰুণাক লখোত পানিত বান্ধি পেলাইচে; ১৫৪। বিকাৰ্যক কন্যা দি কমললোচন কটকিক লগত কি বিদাই দিলে; সেই সময়ত ৰাজা গঞ্জপুৰলৈ আহিছিল। বড় গুৰুত্ৰ বাজাত গোচৰ দিলে। বোলে অনেক যুত্নেহে দেশ মাৰি একো ঘৰ মানুহ পাতিচে। বিকাৰ্যৰ কন্যাৰ লগত দেখে অনেক মানুহ যাই। পাচে বজা মানুহ পঠাই চালত, দেখে বড় গুৰুৰ কথা হয় এই দাইতে কমললোচনক কাটিলে। আত পাচে জয়ধ্বজ ৰজা চতুভুজ একাদহকে নাখুলাৰ ঠাইলৈ পাঞ্চিলে। সেই সময়ত নাখুলা ভাগি যাওতে, তাৰ মানুহ চৰা নাৱেৰে পাৰ কৰিবৰ কথা ৰজাত গোচৰ দিলে। পাচে দুই কটকিক আৰি দাই ধৰি বোলে তঞি মোৰ কটকি সি যে ভাগিল। এনে বাৰ্তা মোত জনাব লাগিল; বাৰ্তা ও নজনালি। আৰু নুনুতে নোতাৰ মানুহ পাৰ কৰা। এই গাইতে দুইকে সপুত্ৰে একো চক্ষু কাৰি ঘোল ঢালিলে।