পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৪৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

খুকি হৈ কলিয়া ন প যাত্ৰা কৰি উত্তৰ ফোৰে গনি কোনে পাৰে তবে তিয়া হৈ কাশিত বহিল গৈ। কালেও কালাম বিস্ত শোক দেখি পানিখাতি কুৰুৱা এই দুই ঠাইত মাওলা এড়ি ভাগি গুৱাহাটীত সোল গৈ; কজালিত চুলুপ নাও পড়িল। তাতত আহিলা পাতি ঘোড়। কিছুমান পালে। জয় দুৱাৰ কালো ভাগি ইটা খুলি সসমাল গৈ। এই ক্ৰমে বাহিৰৰ কোঠ সফল মাৰি নাৱে তৰে ইটা খুলি চাহ বুৰত ধৰিলে গৈ। ইটা খুলি থামাদালে লোকজন সহিতে আহি এক প্ৰহৰ মান উমান্দ বানাতে বহিলৈ পাতিচিল। দক্ষিন কোলৰ সৰদাৰ পিহিজিয়া বড় বড় নেওগ ফুকন, চাৰিঙ্গিয়া ফুণ, পুথাও ফুকণ, হলো যুকণ, আনোহা হাজৰিকিয়া আচিলে। পাছে আলিএ কহৰে, লোক জন সইিতে অস্ত্ৰে সন্ত্ৰ সাৱধানে আহি ইটা খুলিৰ পৰা ওলাই সৰিয়া পৰ্বতৰ কোঠত বড় বড় স্নাৰে আলোৰে ইটাখুলিৰ যুদ্ধ। নেওগ ফুকনৰে সমুখে ধৰিলেহি। ঘোড়াৰ পৰা নামি হাতত ঢাল ধৰি গঢ়ৰ ঘোড় সলখা কাটিবলৈ ধৰিলে হি; সিয়ো আমাৰ গুলি লাগি মবিল। আনোলোক অনেক পড়িল। আলি এক হৰে পলাই ইট। খুলিত সোল গৈ। পাচে আমাৰ চাৰিয়া সকলে, ইটা খুলিক সমুখে চাপি গঢ় দি থাকি। পাছে সন্দিকৈ ফুণে সেই পতে কোট হালে; সেই দিন ধৰি ওলাবৰ সকতি নহল; ইটা খুলিৰ পৰা গুলি মাৰিচিলে। পানি দুৱাৰতত আনি দিহিলিয়া বাজ খেয়ে অনেক লোক জন সহিতে নাৱেৰে জয়ন্তি সিংহক মুজিফিল; আমাৰ বোবে যুঞ্জত জিনি তাকে ধৰিলে। উত্তৰ কোলত সাল বড় গোহা চেৰাই ফুণ সদিয়াল মৰঙ্গিয়াল আনো লোৰু গৰু মহিন্তে চাহবুত সাৱধানে আচিল। লাহিত। উত্তৰে চেটিয়া বড় ফুল নাৱেৰে দখিনে পাৰি ফুৰুণ। পাৰ্চে বঙালে যুজে লোৱৰি তাৰ এক দিন কাওতে বুৰবাৰে প্ৰাতে আলি হুৰে কে এড়ি