পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

>>>> পুৰণি শব্দ-যুৰঞ্জী বহিল গৈ। পাছে হইছে। প্ৰধান যুদ্ধ হয়। পাছে পায়ে ভঙ্গ হৈই নগৰত বহিল হি; চাৰিয়ো কোঞৰ পলাল। গোহাঞ্জিও গাহি শাকৰি নাওশালিত থিতহৈ বাৰ চকু কাৰ্টিলে। এতেকে জায়গা মৰিল। সৰু ১৫৯৮। বু-বাৰ। চাৰি কোকো মাৰিলে। পাচে পতিয়া কোঞৰক আনি ৰাজা পাতি বুঢ়া গোহাঞিৰ জিয়েকক কুঞৰি পাতিলে; সক ১৫৯৮। বড় ফুকনৰ ক্ৰিয়েক পতিয়া কুঞৰি পাতিলে। বুড়া গোহাঞে পবতীয় কোৰ। পং গগাহাঞিক বড় গোহাঞি পাতিলে; কেন্দুগুৰিয়া বড় পাত্ৰৰ নাতিএকক বড় পাত্ৰ পাতিলে। উদয়াদিত্য বাজাৰ পৰা পাত্ৰ অধিন হল। কতো দিন থাকি পৰ্বতিয়া বাক চোৰে কাটিলে। ৰাজা কথমপি হে জিলে। চোৰকো নাপালে। বুঢ়াগোহাঞে বড় ফুকন বোৰেৰে আলচি বলে সবাই বটীয়া বোৰে মানুহ পঠিয়াই ৰজাক কাটিলেহি। এই কথা সবাই ঘটিয়া বোৰে সুনিলে। বুড়া গোহা চিন্তামণি গড়। চিন্তামণি গঢ় বন্ধলে সক ১৬০০। মাস ৪, ৰাৰ ১১, বড় ফুকন প্ৰমুগে সমন্তে ফুকনে বোলে, আমি দেখো গুৱাহাটীৰ গঢ়ত সক সমুথে বহি আছে॥ মাজৰ মাজত যে গছ বান্ধে কালৈ বান্ধে। আমালৈকে হে বান্ধে; পাচে সকলে আলচি বাদুলি ফুকনৰ তলৈ মানুহ পঠালে। কঙালৰে কথাবাৰ্তা হৈ গুৱাহাটী এড়িবলৈ যুগুতি কৰিলে। আৰু বড় ফুকনে সমস্তৰে সমালোচন কৰি বুড়া গোহাঞি লৈ আহিল পাতি খুজি পঠালে। তাকে নেপিলে; গুৱাহাটি এড়ি সবেয়ো উজাই আহি বুড়া গোহাঞি লৈ সসৈন্যে সহিতে খেদি গল; বড় ফুকনে কলিয়াবৰত বহিল। কিকিৰিয়া ফুকনে টেপৰ তুলিয়া ফুকনক মৌফুকনক এই দুইকে ধৰিলে। পাছে বুড গোহাঞি ভাগি পলাল; সাত