পৃষ্ঠা:পুৰণি অসম-বুৰঞ্জী.pdf/১৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সন্নাত খেদি ধৰি কলিয়া বৰলৈ নি ৰাশি খুলে শক ১৬০#। মাস ১০। জায়গা পৰ্বতলৈ পলাল। পাছে বড় কুকৰে বোলে মহা- ৰাজা চিন্তা নকৰিব। আৰু এইখন বিচাৰ, কৰোক-দেৱক কোনে কাটিলে; মজবাজত কোনে গট বান্ধিলে। পাছে বাঙ্গা বোলে এই সমস্ত বুড়া গোহাইহে কৰিছে। মঞিনা জানো পাছে বুড়া গোহাঞিকো মাৰিব দিলে। গোহাই বোৰে হে ৰাখিলে। চলাৰ পুতেকক যদুক এই দুইকো বঙালাল পাচিলে হাতি দত, আগৰকাঠ, গন্ধ, চামৰ, সোন কাপৰ পিৰা সোন ফণি, পত্ৰ সন্দেশ দি। বড় কিনে বোলে বোলে চল তঞি গলে মক্ৰিহে যা। পাচ্চা যেনেকৈ, মোক পত্ৰত ৰাজা বুলি লেখে, তেমত কৰিবি; চলাকো বিস্তৰ অঙ্কৰি দিলে। পচে চলাও বঙাললৈ গল। পাছে পৰ্বতিয়া জায়ে মেছা বড় বড়ুয়াৰে আলহি বড় ফুকনক ধৰিবলৈ মন কৰিলে। কিকিৰিয়া লৈকে জনাই পঠালে। পাচে কিকিৰিয়া বোলে অথন নোৱাৰো ধৰিব। একেলগে ব্ৰহ্মপুত্ৰত সপত কৰিছে। যদি কবিয়া বৰলৈ ৰঙালে আনে, দেৱৰ আজ্ঞায়েৰে অবশ্য ধৰিম। আৰু গড় গঞা সন্দিকৈ নেওগ তাকে। গঢ় আওঁতাবলৈ বুলি কলিয়া পাণী দিহিঙ্গীয়া বলৈ পাচিলে চলকৈ ফুকনক ধৰিবলৈ। ফুকন। নেওগেয়ো কলিয়া বড় পাই ফুকনক সতে কহিলে; তাত পাছে লাপিতিৰ পুতেক পানি দিহিঙ্গিয়া ফুকননা গড় গাওঁপা কলিয়াবলৈ পলাই গৈ বড় ফুকনত সমস্তে কলে। পাছে বড় ফুকনেও সত্য সপত কৰি, ভাত ধৰাক বড় ফুকন পাতিথৈ সসৈন্যে গৰগ্ৰামলৈ আহিল। পাছে চামগুড়িয়া কোৰ টিক ৰজা পাতি পতিয়া ৰজাক মাৰিলে। পাছে চামগুৰীয়া ৰজা। চামগুড়িয়া বায়ো চয় মাসলৈ চাঙতে থাকি পাছে মেটেকাত পাট কৰি ৰহিল গৈ; শক ১৬। বড় ফুকনৰ জিৰ