পৃষ্ঠা:পদ্য চণ্ডিকাখ্যান.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চণ্ডিকাখ্যান। শক্ত হস্তেভয় আৰু দম্ভভয় নৃপতি ভীতি কদাপি নহয়। অস্ত্র শস্ত্রভয় আৰু অগ্নিভয় জলহন্তে ভয় নহয়নিশ্চয়। অতএব মোৰ উত্তম আখ্যান [>] সমাহিত মনে কৰিব পঠন। সদা ভক্তিভাবে কৰিব শ্ৰণ সোহসে মঙ্গল আতি বিতোপন। তামাৰ আখ্যানে অনেক উৎপাত মহা মাৰা পীড়া কৰিবন্ত নষ্ট। নানা উপসর্গ মহামাৰী জন্য মােহোৰ মাহাত্মে কৰিব বাৰণ। গৃহেযাৰ মম পবিত্র আখ্যান ভক্তিভাবে সদা নকৰােহঁ ত্যাগ তাহাৰ ভবন সৰ্ব্ব কালোেত কৰে। সন্নিধান। যজ্ঞ বলিদান আমাৰ পূজাত [ ২ } পুত্র জম্মবিহা আদি উৎসৱত। [১] সমাহিত মনে, একান্ত ভাবে। [২] বিহা, বিবাহ। কৰ পঠন।