এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২৫
চণ্ডিকাখ্যান।
| দুৰ্গতি নাশিনি! | দানৰ ঘাতিনি। | |
| কৰ কৃপা মাৰ! | পতিত পাবনি। |
—
| পুনৰপি দেবী | অমৰ গপক | |
| হসিত বদনে | বুলিলন্ত বাক। | |
| স্তবে তোমাসাৰ | মোক যেইজন | |
| কৰিবন্ত সদা | ভক্তিত স্তবন॥ | |
| তাৰ যত পীড়া | বিপদ নিচয় | |
| কাৰবোহোঁ নাশ | নাহিকে সংশয়। | |
| মধু কৈতভৰ | মহিষ সুৰৰ | |
| বধৰ স্বাদ | শুম্ভ নিশুম্ভৰ॥ | |
| যি সবে ভক্তিৰে | কৰিব কীৰ্ত্তন | |
| হৈব সিসাৰ | ধন কান্তি মান। | |
| অটমীমা অথবা | নৱমী তিথিত | |
| চতুৰ্দশাতবা | আমাৰ মাহাত্ম্য॥ | |
| একচিও ভাবে | যিদবে আমাত | |
| কৰি দৃঢ়ভক্তি | শ্ৰবণ কৰন্ত। | |
| নোহে সিসবাৰ | অলপো দুস্কৃত | |
| বিপদ দৰিদ্ৰতা | বন্ধুৰে বিযুক্ত॥ |