পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

(XX)

গহীন। এই ঠাইত; এই চিনৰ পাচত থকা গহীন শৰৰ বৰ তাৰ আগৰ

শতকৈ বেলেগ। সেই চিনৰ পাচত থকা প্রতিশব্দ বা ব্যাখ্যাৰ মাজত দিয়া টিপনী সেইটো প্রতিশৰ বা ব্যাখ্যাত মাখােন খাটে; যেনে, (মূং শং) লঘু (অ) পাতল; কাপৰা, (পীড়াত খাটে) ইয়াত বেইন ৰেখাৰ মাজৰ পীত খাটে” এই টিপনী “পৰা” এই অৰ্থত মাথোন খটোৱা গৈছে , সেই ;) চিনৰ আগৰ পাতল,* এই অর্থে সৈতে তাৰ একো সম্পর্ক নাই , সেই দৰেই (;) এই চিনৰ পাচত দিয়া অর্থৰ উদাহৰণাে তাৰ আগৰ অৰ্থত নে খাটে; যেনে, (মু, শং) ভাল (অর্থ) মল; সজ লােক;যেনে ভাল শক্ত নাই। এই উদাহৰণে ‘স লােক” ইয়াৰ ভাৰ মাথােন প্রকাশ কৰিছে , “মঙ্গল” শৰেৰে সৈতে তাৰ কোনাে সময় নাই। ওপৰত লিখা চিনবিলাকত বাজে সমাসৰ ৰা একে পদ হােৱা দুটা শৰ মা এক দেশ চির (-) ব্যৱহাৰ কৰা উচিত আৰু এই পুথিত কৰাও হৈছে। কি সত ভাষাত তাৰ চলন নাই; এতেকে সমাসৰ লগ লগা দুটা সংস্কৃত শব্দৰ মাজত সেই চিন নিদি দুয়ােটা পদ এটা কৰি লিখাত কোনাে দে দে নেয় ; যেনে, হৰিৰ নাম) হৰিনাম, (ইৰ লােক) ইত্ৰলােক। সেইপে একেটা হােৱা দুটা অসমীয়া শৰ মাজত তাক দিয়া ভাল, নিদিলেও ৰৰযনি নাই; যেনে, (হাতীৰ গাত) হাতী-নাত, (নিৰ ঘৰ) ৰানিঘৰ কি সেই চিন নিদিলে দুটা শৰ বেলেগে নিলিখি একে লগ কৰিব লাগে , মেনে, হাতীজাত, ৰান্ধনিঘৰ ইত্যাদি। অপভ্রংশ শত। নিৰােগী, নির্দোষী, নিপী, মা, মান, ইত্যাদি কিছুমান শব্দ, সংস্কৃত ব্যাকৰণৰ মতে অত। সংস্কৃত ভাষাত নি নাই ৰােগ মাৰ, সিনিৰােগ ৰা নিনাই ৰােগ ৰ, সি নিৰােগ; নি নাই দোষ যাৰ, সি নিয়ে বা নি, নাই, দোষ যাৰ, সি নির্দোষ, সেই দৰেই নিপাপ ৰা নিশাপ, ইত্যাদি শ হয়। এনেৰিক (1) ইকাৰা ৰ নােয়ৰে। আৰু মান (সন) পাৰ যোগ্য বি তে যায়। এই পাচত ৰাৰ মােগ