(xXI) কৰি মান্তৱন্ত বা মান্যবান্ শৱ কৰা সংস্কৃত ব্যাকৰণৰ বিক। কিন্তু আমাৰ ভাষাত সেইবােৰ শৰ বহুকালৰ পৰা চলি আহিছে। সংস্কৃতৰ (সং+মান) সন্তান শব্দ অসমীয়াত “সন্মান” এনেকৈ উচ্চাৰিত আৰু লিখিত হয়। এক- পার্থত সেই বিলাক আৰু আমাৰ ভাষাত চলিত সিহঁতৰ নিচিনা মান অনেক শ সংস্কৃত অপভ্রংশ। অপবংশ শ যে ৰ ফুলৰ নিয়ম বি , তা ফবৰ সকাম নাই। বিস্ত অপৰং সংস্কৃত শব্দ বহাল আমাৰ ভাষাত। চলি থাকি তাৰ অৰূপ হৈছে। এতিয়া সিহঁতক অত বুলি এৰিৰ নােৱাৰি, এৰিলেও অসমীয়া ভাষাৰ ছালমাই গৈ কাটে। মাথােন থাকিব। এতেকে ভেনেবিলাক শৰক এই এনিত ঠাই দিয়া গৈছে। কি আগলৈ যেন নতুন শব্দ আমাৰ ভাষাত নােসােমায়, তাৰ কাৰণ আমি সাৱধান হৰ লাগে। আমাৰ ভাষাত কিছুমান অপংশ সংস্কৃত শব্দ চলি আছে, এক এনে হয়, বহুত মূল সংস্কৃত শলে নিজ অধত বাজে আন এণে লৈছে; তাৰ উদাহৰণ সংস্কৃত “মােহ” শৰে অসমীয়াত তাৰ বৰ বাহিৰে মৰম বুজায়। কোনাে কোনো সত শব্দৰ আৰুও, মূলৰ অৰ্থ গােটই সৰিছে। তাৰ প্রমাণ সং অনুৰ শৰৰ অ আৰ, সৰ, ৰােগৰ লক্ষণ, ইত্যাদি, কিন্তু অসমীয়াত আগৰ পৰা চলি অহা ; সং এৰােণ (অ) গৰণ,নান, অং সানা বা মুতনি। এই দৰেই বুৰিব লাগে। অসমীয়াত চলিত সতৰ আৰু আন-নান । অনেক অংশ শৰেও সিহঁত মূলতকৈ অন্য অর্থ বুজায়। তাৰ উদাহৰণ সং “স” শ এ মামাহ; কি তাৰ পৰংশ “আহ” হেঁইত উপ আৰু মাহৰ খাত সকলাে গুটিত খাটে; যেনে, মওমাহ, মুচুশাহ ; সং এএমাস (নর্থ), না, তাৰ পৰংশ এ আগমহ (অর্থ), বুকুত পৰা একােখৰ চীয়া মম। ৰং ৰনা (অ), উৰী গাই, এ বখনি (অর্থ), পিয়ন- (গৰ ৰা মহৰ পােৱালি)। ফাং ফলে () আগষ, এ কলি (৭), আইত্যাদি।
পৃষ্ঠা:পঢ়াশলীয়া অভিধান.djvu/২৫
অৱয়ব