এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
নতুন ধাৰাপাত
২৭
ইংৰাজী মাহৰ দিনৰ সংখ্যা—
ত্ৰিশ দিনে হয় লৰা মাহ চেপ্তেম্বৰ।
তেনেকৈ এপ্ৰিল আৰু জুন নবেম্বৰ॥
ফেব্ৰুৱাৰী মাহ আঠাইশ দিন ধৰে।
চতুৰ্থ বছৰে তাৰ একদিন বাঢ়ে॥
বাকী সাত মাহ একত্ৰিশ দিন গণে।
অসমীয়া | ইংৰাজী | মুছলমানী |
বহাগ ৩১ |
জানুৱাৰী ৩১ দিন |
মহৰম |