এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৮
নতুন ধাৰাপাত
কেতবোৰ জ্ঞাতব্য বিষয়
অসমীয়া সাত বাৰৰ নাম
ৰবি বা দেওবাৰ, সোমবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰ বা শুকুৰবাৰ আৰু শনিবাৰ
ইংৰাজী বাৰৰ নাম
চান্ ডে, মন্ ডে, টিউচ ডে, ওৱেডনেচ ডে, থাৰ্চ্ ডে, ফ্ৰাই ডে, অৰু চেটাৰ ডে,।
মুছলমানী বাৰৰ নাম
এতোৱাৰ, পীৰ, মঙ্গল, বুধ, জোমেৰাত, জুম্মা, শনিচাৰ।
ফাৰ্চী বাৰৰ নাম
একশুম্বা, দ্বোশুম্বা, চেশুম্বা, চাহাৰ শুম্বা, পাঁচশুম্বা বা জুম্বা, শুম্বা বা হপ্তা।
হিন্দী বাৰৰ নাম
ইতৱাৰ, সোমৱাৰ, মঙ্গলৱাৰ, বুধৱাৰ, গুৰুৱাৰ, শনিচৰ।
মুছলমানী মাহৰ নাম
মহৰম, চফৰ, ৰবিয়াল আউৱাল, ৰবিয়স চানি, জমাদিয়ল আউৱাল, জমাদিয়স চানি, ৰজ্জব, চাবান, ৰমজান, চৱাল, জেলকদ্ জেলহজ্জ।
হিন্দী মাহৰ নাম
বৈশাখ, জ্যৈষ্ঠ, আষাৰ, শ্ৰাৱন, ভাদ্ৰপদ, আশ্বিন, কাৰ্ত্তিক মাৰ্গশীৰ্ষ, পৌষ, মাঘ, ফাল্গন আৰু চৈত্ৰ।